ৰাম মন্দিৰ নিৰ্ধাৰিত স্থানতকৈ ৩/৪ কিলোমিটাৰ আঁতৰত নিৰ্মান কৰা বুলি কৰা দাবীটো মিছা।
অহা ২২ জানুৱাৰী ২০২৪ত অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰত ভগবান শ্ৰীৰামৰ প্ৰাণ প্ৰতিস্থাৰ দিন ধাৰ্য কৰা হৈছে। তেনে প্ৰেক্ষাপটত দেশৰ লগতে অসমতো বিভিন্ন ধৰণৰ সত্য আৰু অসত্য বাৰ্তা সামাজিক মাধ্যমত বিয়পি পৰিছে। শেহতীয়াকৈ ৰাম মন্দিৰটো ধ্বংসপ্ৰাপ্ত বাবৰি মছজিদৰ প্ৰস্তাৱিত স্থানতকৈ ৩/৪ কিলোমিটাৰ আঁতৰত নিৰ্মান কৰা হৈছে বুলি দাবী কৰি বিভিন্ন ফটো আৰু ভিডিঅ’ বিয়পি পৰিছে। একাধিক […]
Continue Reading