মধ্য প্ৰদেশৰ ২০২২ চনৰ দৃশ্যকে নগাঁৱৰ ননৈত ওলোৱা বাঘৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।
অসমৰ নগাঁও জিলাৰ ননৈ নামৰ ঠাইখনত দুদিন পূৰ্বে বাঘৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছিল। প্ৰতিটো সংবাদ মাধ্যমে সেই বাতৰি কৰিছিল। সেই প্ৰেক্ষাপটতে সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ’ প্ৰচাৰ কৰা হৈছিল আৰু দাবী কৰা হৈছিল যে সেই ভিডিঅ’টো ননৈৰ। ভিডিঅ’টোত দেখা গৈছে যে নিশাৰ ভাগত এটা বাঘে হাবিৰ পৰা ৰাজপথলৈ উঠি আহিছে আৰু পথটোৰ এটা মুৰৰ […]
Continue Reading