ভেলেণ্টাইন ডে’ উপলক্ষে কেডবেৰী চকলেট কোম্পানীয়ে দিয়া অফাৰৰ সত্যতা কিমান? জানো আহক।
সাধাৰণ মানুহৰ এটা চিৰাচৰিত প্ৰকৃতি হৈছে বিনামূল্যে লাভ কৰা সামগ্ৰী বা সেৱাৰ প্ৰতি আগ্ৰহ। যিকোনো লোকেই কোনো দোকান-পোহাৰ, কোনো কোম্পানী আনকি চৰকাৰেও যদি কিবা সামগ্ৰী বা সেয়া কোনো মূল্য ব্যয় নকৰাকৈ লাভ কৰাৰ কোনো খবৰ বিয়পি কৰে, তেনেহ’লে সাধাৰণ লোকে আগ নুগুনি, নুগুনি পাছ, সেই বিষয়টোত জপিয়াই পৰে। অতি শেহতীয়াকৈ আপোনালোকে হয়তো মন কৰিছে যে […]
Continue Reading