এই গাড়ীখন টাটা নেন’ নহয়।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন বিশেষ গাড়ীৰ ফটো ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এইখন টাটা নেন’ৰ নতুন মডেল আৰু ইয়াৰ দাম ১.৬৫ লাখ টকা। ফেচবুকত এই গাড়ীখনৰ ফটো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “আহি আছে New model Tata nano prize money 1.65 Lakhs   নেনো খন থাকিলে ৰদ-বৰষুণৰ পৰাও বাচিব পাৰি। বাইক খন লোৱাতকৈ নেনো খন […]

Continue Reading