আমূলে শ্বৰম নামৰ এবিধ ছীজ মুকলি কৰিছে নেকি?

আমূলে সাম্প্ৰতিক ঘটনা সন্দৰ্ভত চ’চিয়েল মেডিয়াত প্ৰায়ে অভিনৱ কাৰ্টুন পোষ্ট কৰি অহা দেখা গৈছে। শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এখন ফটো ভাইৰেল হৈছে য’ত “Amul Sharam” নামৰ এবিধ ছীজৰ(cheese) এটা পেকেট দেখা গৈছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে আমূলে শ্বৰম নামৰ এবিধ ছীজ মুকলি কৰিছে। ফেচবুকত এই ফটোখন শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে – “পৰিব্ৰাজকৰ ডায়েৰী….. আমূল […]

Continue Reading