প্ৰধানমন্ত্ৰী মোদীয়ে সঁচাকৈ এইদৰে বহু মহিলাৰ সৈতে গৰ্বা নাচিছে নেকি? সত্যটো জানক।     

শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এটা ৩০ ছেকেণ্ডৰ বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভাইৰেল হোৱা ভিডিঅ’টোত আমি দেখিবলৈ পাওঁ যে বহুকেইগৰাকী মহিলাই ৰঙীন সাজ-পোছাক পৰিধান কৰি বহু উৎসাহ আৰু উদ্যমেৰে গৰ্বা নৃত্য কৰিছে। লগতে সেই দলটোত আমি লক্ষ্য কৰিলোঁ ক’লা ৱেইষ্টকোট পিন্ধা এজন পুৰুষে মহিলাসকলৰ সৈতে নৃত্য প্ৰদৰ্শনত অংশগ্ৰহণ কৰিছে। এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে এই দাবীৰে […]

Continue Reading