ঠাণ্ডাৰ দিনত গৰম পানীৰে গা ধুলে প্ৰজনন ক্ষমতা হ্ৰাস পায় আৰু ৰক্তচাপ বৃদ্ধিৰ লগতে হৃদৰোগো বৃদ্ধি পায় নেকি? সত্যটো কি জানো আহক।
শেহতীয়াকৈ LIVE TIME নামৰ এটা অসমৰ ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে ঠাণ্ডাৰ দিনত গৰম পানীৰে গা ধোৱাৰ কুফল সন্দৰ্ভত। তাত উল্লেখ কৰা অনুসৰি ঠাণ্ডাৰ দিনত গা ধুলে মানুহৰ বিভিন্ন পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। একাধিক ৰোগ তথা বিসংগতিৰ কথা উল্লেখ কৰি সেই ভিডিঅ’টো প্ৰস্তুত কৰা দেখা গৈছে। ভিডিঅ’টোত তেওঁলোকে দাবী কৰিছে যে ঠাণ্ডা দিনত […]
Continue Reading