FACT CHECK: ভিন্ন যুৱতীৰ অসংলগ্ন ফটোৰে হাথৰাছ গণধৰ্ষণৰ ভুক্তভোগী বুলি ভুলকৈ প্ৰকাশ।
হাথৰাছ গণধৰ্ষণৰ বলি হৈ মৃত্যুমুখত পৰা যুৱতীগৰাকীৰ ন্যায়ৰ দাবীত এতিয়া চোছিয়েল মিডিয়া উত্তাল হৈ আছে। ভাইৰেল হৈ পৰা পোষ্টসমুহৰ ভিতৰত গোলাপী বৰণৰ পোচাক পৰিধান কৰি এখন পথাৰত থিয় হৈ থকা এগৰাকী যুৱতীক হাথৰাছত গণধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা উত্তৰ প্ৰদেশৰ ১৯ বছৰীয়া ভুক্তভোগী যুৱতীগৰাকী বুলি প্ৰচাৰ কৰা হৈছে। চোছিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে সেই যুৱতীগৰাকীকে হাথৰাছৰ ভুক্তভোগী […]
Continue Reading