এই ভিডিঅ’টো ভুৱা দাবীৰে ভাইৰেল হৈছে।

কৃষক আন্দোলন সন্দৰ্ভত ভুৱা ভিডিঅ’ আৰু পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত একাংশ নিহাঙ শিখে এজন বৃদ্ধ শিখক প্ৰহাৰ কৰা দেখা গৈছে। সেই সময়ত বৃদ্ধ শিখ লোকজনৰ পাগুৰি পথত পৰি যায়। শেহতীয়া কৃষক আন্দোলনৰ সৈতে জড়িত কৰি শ্বেয়াৰ কৰা হৈছে ভাইৰেল ভিডিঅ’টো। কৃষক আন্দোলনৰ সময়ত অভিনেতা দীপ সিদ্ধুৰ বিৰোধ […]

Continue Reading

আমেৰিকাৰ পুৰণি ভিডিঅ’ কৃষক আন্দোলনৰ বুলি ভাইৰেল হৈছে।

কৃষকৰ আন্দোলন সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বহু পোষ্ট ভাইৰেল হৈ আছে। ইয়াৰ উপৰিও ব্যৱহাৰকাৰীসকলে মোডী চৰকাৰক লক্ষ্য কৰি লৈছে। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত ট্ৰেক্টৰৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীৰ পুতলা বান্ধি দিয়া হৈছে আৰু তাৰ লগত চেন্দেলৰ মালা সংলগ্ন কৰা হৈছে যাৰ লগতে লিখা আছে ‘এজেণ্ট অৱ আৰ এছ এছ’। এই ভিডিঅ’টো বৰ্তমানৰ কৃষক […]

Continue Reading

পঞ্জাৱৰ এখন মেলাৰ ভিডিঅ’ কৃষক আন্দোলনৰ বুলি ভাইৰেল হৈছে।

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে বহুসংখ্যক লোকে হাতত প্লাষ্টিকৰ গিলাছ লৈ সুৰা বিতৰণৰ বাবে অপেক্ষা কৰি আছে। দাবী কৰা হৈছে যে চলিত কৃষক আন্দোলনৰ আন্দোলনকাৰী কৃষকসকলে এইদৰে সুৰাৰ বাবে অপেক্ষা কৰিছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি […]

Continue Reading

সুৰা বিতৰণৰ এই ভিডিঅ’টো কৃষক আন্দোলনৰ নহয়।

কৃষক সংঘই ১৩ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰিবলৈ দিল্লীলৈ প্ৰতিবাদী সমদল আৰম্ভ কৰে। কৃষকৰ প্ৰতিবাদস্থলীৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যাপকভাৱে প্ৰচাৰিত হৈছে। এই ভিডিঅ’বোৰৰ এটাত বিভিন্ন বয়সৰ পুৰুষে গাড়ীৰ খোলা খিৰিকীৰে ডিচপ’জেবল গ্লাছ আৰু বাচন-বৰ্তন লৈ হাত মেলি থকা দেখা গৈছে আৰু এজন মানুহে সুৰা বাকি দিয়া দেখা […]

Continue Reading

এই ফটোখনৰ কৃষক আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই।

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত এজন আঘাতপ্ৰাপ্ত শিখ ধৰ্মাৱলম্বী লোকৰ ফটো ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে কৃষক আন্দোলনৰ আন্দোলনকাৰী কৃষকক এইদৰে লাঠীৰে প্ৰহাৰ কৰি ঘূণীয়া কৰা হৈছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া Sikh […]

Continue Reading