ম্যানমাৰৰ পুৰণি ভিডিঅ’ ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।
২০২৫ চনৰ ৩০ জুলাইৰ ৰাতিপুৱা ৰাছিয়াৰ কামছট্কা পেনিনছুলা (Kamchatka Peninsula) ৮.৮ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি যায় যাৰ ফলত জাপান, হাৱাই আৰু আমেৰিকাৰ পশ্চিম উপকূলত ছুনামীৰ সৃষ্টি হৈছে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে বিভিন্ন ফটো আৰু ভিডিঅ’। তেনে এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত দেখা গৈছে কোনো এক বিপনীত ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে আলমিৰা তথা আন বয়-বস্তু […]
Continue Reading