বিল পৰিশোধ নকৰিলে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হ’ব বুলি এই বাৰ্তাটো এ পি ডি চি এলৰ তৰফৰ পৰা পঠিওৱা হোৱা নাই।

শেহতীয়াকৈ অসম পাৱাৰ ডিষ্ট্ৰিবিউশ্বন কোম্পানী লিমিটেডৰ পৰা বিল পৰিশোধ নকৰা আৰু সেইবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হ’ব বুলি এটা টেক্সট মেচেজ অসমৰ বহু গ্ৰাহকে লাভ কৰিছে। মেচেজটোত এটা ফোন নম্বৰ উল্লেখ কৰা হৈছে আৰু অতি শীঘ্ৰে সেই নম্বৰটোত ফোন কৰিবলৈ কোৱা হৈছে।  Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। […]

Continue Reading

APDCLএ সঁচাকৈ ধনী মানুহকহে মোবাইল আৰু ইনভাৰ্টাৰ ছাৰ্জ কৰিবলৈ দিনটোত ৪ঘণ্টা কাৰেণ্ট দিব নেকি? সত্যটো জানক।

অতি শেহতীয়াভাৱে অসমৰ ফেচবুক এটা পেজ আমাৰ অসম24 এ পোষ্টত উল্লেখ কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমূকৈ APDCLএ অসমৰ ধনী মানুহবোৰৰ বাবে কেৱল ৪ঘণ্টা বিজুলী যোগান ধৰিব যাতে তেওঁলোকে ইনভাৰ্টাৰ আৰু মোবাইল ছাৰ্জ কৰিব পাৰে। পোষ্টটোত লিখা হৈছে যে , “ধনীসকলৰ বাবে সুখৱৰ ! ৪ ঘণ্টাকৈ বিজুলী যোগান ধৰিব ইনভাৰ্টাৰ আৰু চাৰ্জিং বেটাৰীত চাৰ্জ […]

Continue Reading

বাবদ ধন পৰিশোধ নকৰিলে সংযোগ বিচ্ছিন্ন কৰা হব বুলি এই বাৰ্তা ‘এপিডিচিএল’এ গ্ৰাহকসকললৈ প্ৰেৰণ কৰা নাই!

অসম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ পৰা বাবদ আদায় নিদিয়া আৰু পৰৱৰ্তী সময়ত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাৰ বিষয়ে প্ৰাপকক অৱগত কৰা এটা টেক্সট মেছেজ অসমৰ বহু গ্ৰাহকে শেহতীয়াকৈ লাভ কৰিছে । একেটা বাৰ্তাৰ স্ক্ৰীণশ্বট মেছেজিং প্লেটফৰ্মতো ফৰৱাৰ্ড হৈ আহিছে, যিয়ে ব্যৱহাৰকাৰীসকলৰ মাজত উদ্বেগ সৃষ্টি কৰিছে কাৰণ যিসকলে ইয়াক লাভ কৰিছে তেওঁলোকে কয় যে তেওঁলোকৰ বাকী থকা […]

Continue Reading