ইণ্ডোনেছিয়াৰ মাউণ্ট মেৰাপিৰ আগ্নেয়গিৰি বুলি ২০১৮চনৰে চিনাবুং আগ্নেয়গিৰিৰ দৃশ্য প্ৰচাৰ। 

কেইটামান দিন পূৰ্বে ইণ্ডোনেছিয়াত মেৰাপি আগ্নেয়গিৰিৰ উদ্গিৰণ হৈছিল বুলি এটা খবৰ ওলাইছিল। সেই সময়ত বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত বিয়পিছিল। তেনেকুৱা এটা ভিডিঅ’ আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই কথাৰ সত্যতা জানিব বিচাৰিছে। ভিডিঅ’টোত দেখা গৈছে অসমৰ এটা সংবাদ মাধ্যমৰ এটা বাতৰি। বাতৰি পৰিবেশকে উল্লেখ কৰিছে যে মাউণ্ট মেৰাপিত আগ্নেয়গিৰি উদ্গিৰণ ঘটিছে। […]

Continue Reading

হিজাব পিন্ধা মুছলমান ছাত্ৰীক শ্ৰেণীকোঠাত প্ৰহাৰ কৰা ভিডিঅ’টো ভাৰতৰ নেকি? সত্যটো কি জানক।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ খুব্বাপুৰ গাঁৱত এখন ব্যক্তিগত বিদ্যালয়ৰ এজন শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে, যিয়ে এগৰাকী সাত বছৰীয়া শিশুক মুছলমান সহপাঠীক আঘাত কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন হৈছে। ভাইৰেল ভিডিঅ’ এটাত শিক্ষকজনে শাৰী পাতি থকা ল’ৰা-ছোৱালীক কান্দি থকা সহপাঠীজনক অধিক জোৰেৰে আঘাত কৰিবলৈ কৈছে আৰু তেওঁৰ ধৰ্মকো উপহাস কৰি আছে। এই পটভূমিত […]

Continue Reading

FACT CHECK: ইণ্ডোনেছিয়াৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ ফটোৰ সৈতে অনুৰূপ পুৰণি ফটো ভূলকৈ প্ৰচাৰ কৰা হৈছে

অসম তথা আন আন প্ৰান্তত শ্ৰীৱিজয়া বিমান দুৰ্ঘটনা সম্পৰ্কত বহুটো পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শনিবাৰে ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাৰ পৰা উৰণৰ কেইমুহুৰ্তমান পিছতেই বিমানখন দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ ফলত ৬২গৰাকী লোকৰ প্ৰানহানি হয়। পোষ্টসমুহত ভুক্তভোগী তথা আন ক্ষয়ক্ষতিৰ ফটো সংলগ্ন কৰা হৈছে।  Original Link- Facebook | Archived Link Original Link- Facebook | Archived Link ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading