জাপানৰ পুৰণি ভিডিঅ’ বাংলাদেশৰ শেহতীয়া বানপানীৰ দৃশ্য বুলি ভাইৰেল।
বানপানীৰ মাজত ঘৰৰ চাদত আবদ্ধ কেইগৰাকীমান লোকক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা এক দৃশ্য ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এয়া বাংলাদেশৰ শেহতীয়া বানপানীৰ দৃশ্য। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। […]
Continue Reading