FACT CHECK: ভাৰতৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত আণ্ডাৰটেকাৰে টুইট কৰা নাই!
আণ্ডাৰটেকাৰৰ ভেৰিফাইড টুইটাৰ হেণ্ডেলৰ পৰা কৃষক বিদ্ৰোহক সমৰ্থন কৰি লিখা যেন লগা এটা টুইটৰ স্ক্ৰিনশ্বট এতিয়া ছেচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। ফটোত দেখা গৈছে যে মল্লযোদ্ধাগৰাকীয়ে এখন প্লেকাৰ্ড ডাঙি ধৰিছে, যত লিখা আছে “LET’S TEAM UP!”(আহা দল বান্ধো) সেই টুইটটোত লিখা আছে, “We cannot even think of our healthy body without the crops […]
Continue Reading