নাহৰফুটুকী বাঘৰ দৰে মাছ উদ্ধাৰ হোৱা নাই ক’তো। সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। অৰ্থাত ই AI Generated.
শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ ওদালগুৰি জিলাত যোৱা ৭ জুলাইত ৰমেশ বড়ো নামৰ লোক এজনে এটা আচৰিত ধৰণৰ মাছ উদ্ধাৰ কৰা বুলি দাবীৰে ভাইৰেল হোৱা ৭ চেকেণ্ডৰ ভিডিঅ’টোত দেখা গৈছে যে এজন লোকে পথাৰৰ মাজত এটা পাত্ৰত বিশেষ মাছ এটা লৈ আছে। মাছটোৰ গোটেই গাটো নাহৰফুটুকী বাঘৰ দৰে বৰণৰ আৰু মুখখনো […]
Continue Reading