ইণ্ডোনেছিয়াৰ মাউণ্ট মেৰাপিৰ আগ্নেয়গিৰি বুলি ২০১৮চনৰে চিনাবুং আগ্নেয়গিৰিৰ দৃশ্য প্ৰচাৰ। 

কেইটামান দিন পূৰ্বে ইণ্ডোনেছিয়াত মেৰাপি আগ্নেয়গিৰিৰ উদ্গিৰণ হৈছিল বুলি এটা খবৰ ওলাইছিল। সেই সময়ত বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত বিয়পিছিল। তেনেকুৱা এটা ভিডিঅ’ আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই কথাৰ সত্যতা জানিব বিচাৰিছে। ভিডিঅ’টোত দেখা গৈছে অসমৰ এটা সংবাদ মাধ্যমৰ এটা বাতৰি। বাতৰি পৰিবেশকে উল্লেখ কৰিছে যে মাউণ্ট মেৰাপিত আগ্নেয়গিৰি উদ্গিৰণ ঘটিছে। […]

Continue Reading