চত্তগ্ৰামৰ ৭ মাহ পুৰণি এক ঘটনাত জ্বলি যোৱা বুদ্ধৰ মুৰ্তিৰ ফটো শেহতীয়া এক ঘটনাৰ সৈতে সাঙুৰি ফেচবুকত প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বাংলাদেশৰ চিতাগঙৰ খাগ্ৰাচাৰীৰ দিঘীনালা বজাৰত হিন্দু আৰু বৌদ্ধ ধৰ্মৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সম্পৰ্কত এক পোষ্ট দি তাত এটা ভিডিঅ’ আৰু এখন ফটো সংলগ্ন কৰে। পোষ্টটোৰে দাবী কৰা হৈছে যে সেই ভিডিঅ’টো উল্লেখ কৰা ঘটনাটোৰ সময়ৰ আৰু ফটোখনো সেই সময়ৰে। পোষ্টটোত লিখিছে- #মুছলমানৰ_আচল_ৰূপ চাওকচোন , কিমান #জঘণ্য #বাংলাদেশৰ চিতাগঙৰ […]

Continue Reading

মনমোহন সিং আৰু ৰাহুল গান্ধীৰ জন্মদিন সম্পৰ্ক মিছা তথ্য ভাইৰেল কৰা হৈছে। সত্যটো কি জানক।

শেহতীয়াভাৱে এটা ফেচবুক পোষ্টৰ স্ক্ৰিণশ্বট অসমৰ হোৱাটছএপত ভাইৰেল হৈ পৰিছে। যিটো পোষ্টত ৰাহুল গান্ধী,ছোনিয়া গান্ধী আৰু ডঃ মনমোহন সিঙৰ জন্মদিনক লৈ কিছুমান অৰ্ধসত্য কথা উল্লেখ কৰা হৈছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ডাঃ মনমোহন সিঙৰ জন্মদিনটো ২৬ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় বধিৰ-অন্ধ দিৱস উদযাপনৰ দিনটোতেই। ছোনিয়া গান্ধীৰ জন্মদিন ৯ ডিচেম্বৰত দুৰ্নীতি বিৰোধী দিৱসত পৰে। ৰাহুল গান্ধীৰ জন্মদিন ১৯৭০ […]

Continue Reading