FACT CHECK: অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী বিজেপি বিধায়ক গণেশ লিম্বু বুলি ভূৱা স্ক্ৰিনশ্বট ভাইৰেল!
শেহতীয়াকৈ অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু পৰবৰ্তী চৰকাৰ গঠন হবলৈ গৈ আছে । এনে সময়তে পৰবৰ্তী মুখ্যমন্ত্ৰী কোন হব সেই সম্পৰ্কে যথেষ্ট গুণাগুথা চলা দেখা গৈছে আৰু এই সম্পৰ্কে বিভিন্ন পোষ্ট ছোচিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ পৰা দেখা গৈছে । এই ধৰণৰ এখন ফটো বা নিউজৰ স্ক্ৰিনশ্বট হোৱাটছএপৰ যোগেদি বহুল ভাৱে প্ৰচাৰ […]
Continue Reading