ন’বেল বিজয়ী অৰ্থনীতিবিদ, ভাৰতৰত্ন অমৰ্ত্য সেনৰ দেহাৱসানৰ উৰা বাতৰি বিয়পিল সামাজিক মাধ্যমত।
১০ অক্টোবৰ ২০২৩,মঙলবাৰে হঠাতে এটা বাতৰি ওলাল যে আমাৰ দেশৰ প্ৰসিদ্ধ অৰ্থনীতিবিদ ন’বেল বিজয়ী ভাৰতৰত্ন অমৰ্ত্য সেনৰ দেহাৱসান ঘটিছে। অসমৰ বিভিন্ন ফেচবুক ব্য়ৱহাৰকাৰী তথা কিছুমান সংবাদ প্ৰতিস্থানেও সেই কথাটো প্ৰকাশ কৰি পোষ্ট কৰা দেখা গ’ল( কিছুমান পোষ্ট পাছত ডিলিট কৰা হৈছে) । তেনেকুৱা এটা ফেচবুক পোষ্ট প্ৰহ্লাদ নাথ নামৰ একাউণ্ট এটাৰ পৰা কৰা হৈছিল আৰু […]
Continue Reading