অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে সোণৰ পোছাক পৰিধান কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বিয়া ২০২৪ চনৰ ১২ জুলাইত অনুষ্ঠিত হোৱাৰ কথা। ইয়াৰ মাজতে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে সোণালী ৰঙৰ পোছাক পৰিধান কৰা এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখন শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীসকলে সমালোচনা কৰিছে যে আম্বানীৰ পুত্ৰ আৰু বোৱাৰীয়ে সোণৰ পোছাক পিন্ধিছে। ফেচবুকত এই ফটোখন বহুলভাৱে শ্বেয়াৰ কৰা দেখা গৈছে। Facebook […]

Continue Reading

এই ভিডিঅ’টো অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেন্টৰ প্ৰাক-বিবাহ অনুষ্ঠানৰ নহয়।

শেহতীয়াকৈ কোটিপতি উদ্যোগপতি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গুজৰাটৰ জামনগৰলৈ সকলো শ্ৰেণীৰ চেলিব্ৰিটিয়ে ভিৰ কৰে। অনুষ্ঠানটোৰ পিছতে এই বৃহৎ অনুষ্ঠানটোৰ বহু ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। শীৰ্ষ চেফসকলে এই অনুষ্ঠানৰ বাবে ২৫০০ৰো অধিক খাদ্যবস্তুৰ এক বিস্তৃত মেনু তৈয়াৰ কৰিছিল। ইয়াৰ মাজতে […]

Continue Reading