কেৰালাৰ মল্লপুৰমৰ কালেক্টৰ ৰাণী সোইময়ীয়েই ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ বুলি কৰা দাবীৰে প্ৰচাৰিত কাহিনীটোৰ কোনো বাস্তৱ ভিত্তি নাই। এয়া এটা মালায়ালম গল্পহে।

শেহতীয়াভাবে অসমত এটা বিশেষ বাৰ্তা ভাইৰেল হৈ পৰিছে। বাৰ্তাটোত লিখা হৈছে যে কেৰালাৰ মল্লপুৰমৰ কালেক্টৰ ৰাণী সোইময়ীয়ে এসময়ত নিজৰ গাঁৱত অভ্ৰৰ খনিত কাম কৰিছিল। তেওঁৰ ঘৰ ঝাৰখণ্ডত আৰু তেওঁ অতি কষ্টকৰ এটা শৈশৱ পাৰ কৰি আহিছিল । অভ্ৰ অৰ্থাত মাইকাৰ খনিত শৈশৱতে কাম কৰিবলগীয়া হৈছিল তেওঁ। এখন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰীয়ে কালেক্টৰ ৰাণী সোইময়ীক তেওঁ কিহৰ […]

Continue Reading