FACT CHECK: হাছান ছাহাৱীক হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হোৱা নাই
ছোচিয়েল মিডিয়াত অভিনন্দনমূলক কিছুমান পোষ্ট ভাইৰেল হৈ পৰিছে যত ওৰিয়েন্টেল ষ্টাডিজত ডক্টৰেট ডিগ্ৰীধাৰী তথা ইছলামিক আইনৰো ছাত্ৰ হাছান ছাহাৱীক হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যক্ষ নিযুক্ত কৰা বুলি দাবী কৰা হৈছে। তেনেকুৱা কিছুমান পোষ্ট এয়া: Original link- Facebook | Archived Link Original link- Facebook | Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে সেই দাবী বিভ্ৰান্তিকৰ। ছাহাৱীক হাৰ্ভাৰ্ড […]
Continue Reading