পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা বুৰ্জ খলিফাত পাকিস্তানৰ পতাকাৰ আলোক প্ৰদৰ্শনী সঁচাকৈয়ে অনুষ্ঠিত কৰা হোৱা নাছিল নেকি?
অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। তাত উল্লেখ কৰা হৈছিল যে পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা বুৰ্জ খলিফাত পাকিস্তানৰ পতাকা লগোৱা নহ’ল। উল্লেখযোগ্য যে ১৪ আগষ্টত পাকিস্তানে স্বাধীনতা দিৱস পালন কৰে। প্ৰতিবছৰে ভাৰত আৰু পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা দুয়োখন দেশৰে পতাকাৰ আলোক প্ৰদৰ্শনীৰে বুৰ্জ খলিফা উজলাই তোলা হয়। Archived Link একেধৰণৰ পোষ্ট ফেচবুকতো […]
Continue Reading