পুৰণি আৰু সম্পৰ্কহীন ফটোৰ ক’লাজেৰে দাবী কৰা হৈছে যে সেয়া লেবাননত সংঘটিত হোৱা চোলাৰ পেনেল বিষ্ফোৰণৰ দৃশ্য।
শেহতীয়াভাবে দুখন ফটোৰৈ সৈতে এখন ক’লাজ অসমত ভাইৰেল হৈছে এই দাবীৰে যে সেয়া লেবাননৰ দৃশ্য় আৰু লেবাননত তেনেকৈ চোলাৰ পেনেলত বিষ্ফোৰণ ঘটি একোটা ঘৰ জ্বলি গৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ক’লাজখন প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে একেই দাবী উত্থাপন কৰিছিল। Archived Link কিন্তু এই দাবী সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]
Continue Reading