৫বছৰ পুৰণি ফটো মডেল পুনম পাণ্ডেৰ মৃতদেহ বুলি ব্যৱহাৰ কৰা হৈছে।

দেশৰ চৰ্চিত আৰু বহু সময়ত বিতৰ্কিত মডেল-অভিনেত্ৰী পুনম পাণ্ডেৰ ৩২ বছৰ বয়সত চাৰ্ভাইকেল কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ হোৱাৰ লগে লগেই চৌপাশে এক আশ্বৰ্যৰ বাতাবৰণ সৃষ্টি হয়। অনুৰাগীসকলে সেই কথা মানি ল’বলৈ টান পায় আৰু শোক প্ৰকাশ কৰে। সেই প্ৰেক্ষাপটতে মৃত্যুশয্যাত পুনম পাণ্ডে বুলি দাবী কৰি এখন ফটো ভাইৰেল হৈ পৰিছে। এগৰাকী […]

Continue Reading

জৱাহৰলাল নেহৰুৰ ১৯৬২ চনৰ ফটো বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ এখন ফটো ভাইৰেল হৈছে। ফটোখনৰ সৈতে দাবী কৰা হৈছে যে ১৯৬২ চনৰ পৰাজয়ৰ পিছত স্বামী বিদ্যানন্দ বিদেহে জৱাহৰলাল নেহৰুক চৰ মাৰিছিল। জৱাহৰলাল নেহৰুৱে ১৯৬২চনত আৰ্যসকলৰ বিৰুদ্ধে মন্তব্য কৰিছিল আৰু তেতিয়া স্বামী বিদ্যানন্দ বিদেহে তেওঁক চৰ মাৰিছিল। তেতিয়া জৱাহৰলাল নেহৰুৱে প্ৰতিশোধ ল’বলৈ বুলি আগবাঢ়ি গৈয়ো উভতি আহিছিল। লগতে […]

Continue Reading

বিৰাট কোহলীৰ মাতৃ সঁচাকৈয়ে অসুস্থ নেকি?   

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল হৈ পৰা দেখা গৈছে। এটি বিশেষ ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট প্ৰচাৰ কৰি ভাৰতীয় ক্ৰিকেট জগতৰ তাৰকা খেলূৱৈ তথা প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ মাতৃ অসুস্থ হোৱা বুলি দাবী কৰা হৈছে।    আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এই স্ক্ৰিণশ্বটটো প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে এই কথা সত্য হয়নে নহয়, সেয়া জানিবলৈ আগ্ৰহ […]

Continue Reading

এই ভিডিঅ’টো অযোধ্যাৰ ৰাম মন্দিৰৰ নহয়।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত এক বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এটা বিশাল মন্দিৰৰ আকাশৰপৰা তোলা দৃশ্য দেখা গৈছে আৰু দাবী কৰা হৈছে যে সেয়া অযোধ্যাৰ ৰাম মন্দিৰৰ দৃশ্য। তেনে এটা ভিডিঅ’ আমি ফেচবুকতো পালোঁ। https://www.facebook.com/reel/1323810654970841 Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

পানীৰ তলত হনুমানৰ ছবি থকা কেশৰ পতাকা উৰুৱাই থকা ব্যক্তিজন ভাৰতীয় নৌসেনাৰ হয়নে?

হিন্দু ঈশ্বৰ হনুমানৰ ছবিৰে সজ্জিত কেশৰ পতাকা লৈ পানীৰ তলত সাঁতুৰি থকা স্কুবা ডাইভাৰৰ এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে ৰাম মন্দিৰ অভিষেক উপলক্ষে ভাৰতীয় নৌসেনাৰ এয়া এক প্ৰচেষ্টা। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছে এইদৰে,”By Indian Navy…. Under water..Jay shree Ram”। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ […]

Continue Reading

এই ভিডিঅ’টো অযোধ্যাৰ ৰাম মন্দিৰৰ হয়নে?

যোৱা ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত বিভিন্ন ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ এটা দানপাত্ৰৰপৰা বৃহৎ পৰিমাণৰ টকা উলিয়াই থকাৰ এক দৃশ্য চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ৰাম মন্দিৰৰ দানপাত্ৰৰ য’ত প্ৰথম দিনাই ৩ কোটিৰো অধিক টকা ভক্ত‌ই দান কৰিছে। Facebook Link | […]

Continue Reading

এই ফটোখনৰ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত কোনো সম্পৰ্ক নাই।

এক বহল পথত বিপুল জনসমাগমৰ এখন ফটো চ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰা হৈছে। ভাইৰেল ফটোখনৰ সৈতে দাবী কৰা হৈছে যে অযোধ্যাত ৰাম মন্দিৰৰ অভিষেকৰ বাবে সমবেত হৈছে ভক্তৰ ভিৰ।  তামিলনাডু বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকে ভাইৰেল ফটোখন শ্বেয়াৰ কৰাৰ সময়ত লিখিছে – “ফটোখন ২২-০১-২০২৪ তাৰিখে সন্ধিয়া ৬-০০ বজাত লোৱা হৈছে। অযোধ্যাৰ ছবি, ভক্তৰ সাগৰ ৭.৫ কিলোমিটাৰ জুৰি”। […]

Continue Reading

বুৰ্জ খলিফাত শ্ৰীৰামচন্দ্ৰৰ ছবি প্ৰদৰ্শন কৰা হৈছিল নেকি?

অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছতে চ’চিয়েল মেডিয়াত বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ফেচবুকত ডুবাইৰ বুৰ্জ খলিফাৰ এখন ফটো ভাইৰেল হৈছে য’ত প্ৰদৰ্শিত হৈছে শ্ৰীৰামচন্দ্ৰৰ ছবি। ভাইৰেল পোষ্টত দাবী কৰা হৈছে যে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে বুৰ্জ খলিফাত ৰামৰ ছবি প্ৰদৰ্শন কৰা হৈছে। Facebook Link | Archived Link আমি ফেক্ট […]

Continue Reading

১৬ এপ্ৰিলত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰা নাই। এই বিভ্ৰান্তিৰ কাৰণ কি ইয়াতে জানক।    

শেহতীয়াভাবে অসমৰ ছোচিয়েল মিডিয়াত বিভিন্ন ব্যৱহাৰকাৰীয়ে অহা ১৬ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে বুলি পোষ্ট দিয়া দেখা গৈছে। আনকি কোনো কোনো সংবাদ প্ৰতিস্থানেও এই বাতৰি সম্প্ৰচাৰ কৰিছিল যে অহা ১৬ এপ্ৰিলত অনুষ্ঠিত হ’ব দেশৰ সাধাৰণ নিৰ্বাচন।  সংবাদ প্ৰতিস্থানৰ সেই পোষ্ট আপোনালোকে ইয়াত আৰু ইয়াত চাব পাৰিব। Archived Link ।Archived Link। Archived Link  আনফালে […]

Continue Reading

এই ফটোখনৰ ৰাম মন্দিৰৰ সৈতে কোনো সম্পৰ্ক নাই।

যোৱা ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সম্পন্ন হয়। ইয়াৰ পিছতে এই সম্পৰ্কে বিভিন্ন ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। ফেচবুকতো এজন কান্দি থকা ফটোগ্ৰাফাৰ আৰু ৰাম মন্দিৰৰ ৰামৰ মূৰ্তিৰ এখন ক’লাজ ভাইৰেল হৈ পৰিছে এই দাবীৰে যে ৰামৰ মূৰ্তিটো দেখি ফটোগ্ৰাফাৰজন আৱেগিক হৈ পৰিছে। Facebook Link | Archived Link আমি […]

Continue Reading