এই ভিডিঅ’টো কৃষক আন্দোলনৰ নহয়।
অলপতে আমাৰ হোৱাটছএপ নম্বৰলৈ এটা ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। অসংখ্য লোকৰ ভিৰ দেখা যোৱা এই ভিডিঅ’টো ফ’ৰৱাৰ্ড কৰি সেয়া কৃষক আন্দোলনৰ দৃশ্য হয় নেকি বুলি প্ৰশ্ন কৰা হৈছিল। Archived Link একেটা ভিডিঅ’ আমি ফেচবুকতো পালোঁ। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”অন্নদাতা আজি ৰাজপথত”। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান […]
Continue Reading
