ডিপফেক কি আৰু কেনেকৈ চিনাক্ত কৰিব।

১৯ এপ্ৰিলৰ পৰা ভাৰতত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰম্ভ হৈছে। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰেপৰা বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। চ’ছিয়েল মিডিয়াতো নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এনে সময়তে অভিনেতা আমিৰ খান আৰু ৰনৱীৰ সিঙৰ দুটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে চ’ছিয়েল মিডিয়াত। ভিডিঅ’ দুটাত আমিৰ খান আৰু ৰনৱীৰ সিঙে […]

Continue Reading

ইজৰাইল আৰু ইৰাণৰ মাজত হোৱা শেহতীয়া যুদ্ধৰ দৃশ্য বুলি পুৰণি ভিডিঅ’ ভাইৰেল।

শেহতীয়াকৈ ইৰাণে ইজৰাইলৰ ওপৰত কৰা ড্ৰোণ আৰু ৰকেট আক্ৰমণৰ বিভিন্ন ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এনে সময়তে ফেচবুকত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত কেপশ্বন লিখা আছিল এইদৰে, “ব্ৰেকিং ➡️ ❗ইৰাণ 🇮🇷 মাত্ৰ কেই ঘণ্টাৰ আগতে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰাৰ সময়ত ইজৰাইলৰ লোহাৰ গম্বুজটো বিফল হৈ পৰিল। ➡️❗ইৰাণৰ পিছত য়েমেনে 🇾🇪 ইজৰাইলৰ ওপৰতো নিজৰ ড্ৰোন […]

Continue Reading

বিৰাট কোহলীৰ এই বলুকা ভাস্কৰ্য কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে।

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ এক বলুকা ভাস্কৰ্য, চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ধুনীয়া ভাস্কৰ্যটো এটা শিশুৱে সৃষ্টি কৰা বুলি দাবী কৰি চ’ছিয়েল মিডিয়াত ফটোসমূহ শ্বেয়াৰ কৰা হৈছে। এখন ফটোত ল’ৰাজনে হাতেৰে মূৰ্তিটোৰ আকৃতি দি থকাৰ বিপৰীতে আন এখন ছবিত ব্ৰাছেৰে ভাস্কৰ্যটোৰ কাম কৰি থকা দেখা গৈছে। এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা […]

Continue Reading

এই ভিডিঅ’সমূহ সঁচাকৈয়ে ইজৰাইলৰ ওপৰত ইৰাণে কৰা আক্ৰমণৰ দৃশ্যৰ হয়নে?

শেহতীয়াকৈ ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন ফটো আৰু ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফেচবুকত এটা পোষ্টত তিনিটা ভিডিঅ’ আপলোড কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি […]

Continue Reading

২০২০ চনৰ ভিডিঅ’ শেহতীয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ বুলি ভাইৰেল।

যোৱা ৮ এপ্ৰিলত হোৱা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ পাছত চ’ছিয়েল মিডিয়াত সূৰ্যগ্ৰহণ সম্পৰ্কীয় বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে এয়া দক্ষিণ আমেৰিকাত দেখা যোৱা সূৰ্যগ্ৰহণৰ দৃশ্য। ভিডিঅ’টো শ্বেয়াৰ কৰি কেপশ্বন লিখা হৈছে এইদৰে, ” চাউথ আমেৰিকাত লাইভ দেখিবলৈ পোৱা গ’ল এই বিৰল সূৰ্য গ্ৰহণৰ দৃশ্য।  অৱশেষত দেখিবলৈ পোৱা গ’ল সূৰ্য আৰু […]

Continue Reading

পশ্চিমবংগৰ মালডাৰ বিজেপি অফিচ লণ্ডভণ্ড কৰা পুৰণি দৃশ্য অসমৰ বুলি পুনৰ ভাইৰেল।

২০২৪ চনৰ ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ দ্বাৰা ১৮ সংখ্যক লোকসভাৰ ৫৪৩ জন সদস্যক নিৰ্বাচিত কৰা হ’ব। সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দৈনিক বহু ছবি আৰু ভিডিঅ’ই ইণ্টাৰনেটত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰি আছে। আনফালে, এটা দলীয় কাৰ্যালয়ৰ আচবাব ভাঙি, প’ষ্টাৰ ফালি পেলোৱাৰ দৃশ্যৰে এটা ভিডিঅ’ ছ’চিয়েল […]

Continue Reading

এই ভিডিঅ’টো ৰাজস্থানৰ নহয় বৰং দক্ষিণ আফ্ৰিকাৰহে।

শেহতীয়াকৈ চ’ছিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত কেইটামান চিতা বাঘ এজন ব্যক্তিৰ সৈতে শুই থকা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ৰাজস্থানৰ ছিৰোহীৰ পিপলেশ্বৰ মহাদেৱৰ মন্দিৰৰ। ইয়াৰ উপৰিও দাবী কৰা হৈছে যে মন্দিৰৰ পুৰোহিতজনে নাহৰফুটুকীৰ পৰিয়ালৰ সৈতে শুই থাকে, যাৰ বাবে চৰকাৰী বন্যপ্ৰাণী বিভাগে এই মুহূৰ্তটো বন্দী কৰিবলৈ চিচিটিভি কেমেৰা স্থাপন কৰিছিল। […]

Continue Reading

এই ভিডিঅ’টো শেহতীয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ নহয়।

৮ এপ্ৰিল ২০২৪ ৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণক লৈ সমগ্ৰ বিশ্ব উৎসুক আৰু এনে সময়তে চ’ছিয়েল মিডিয়াত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত সাগৰতীৰত কিছুসংখ্যক লোকক হাতে হাতে ম’বাইল ফোন লৈ সূৰ্যৰ ফালে চাই থকা দেখা গৈছে আৰু কিছুসময়ৰ পাছতে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হোৱা দেখা গৈছে।  ভিডিঅ’টো শ্বেয়াৰ কৰি কেপশ্বন লিখা হৈছে এইদৰে,”সূৰ্যগ্ৰহণৰ ভয়ানক দৃশ্য মূহুৰ্ততে […]

Continue Reading

এই ভিডিঅ’টো টাইৱানৰ শেহতীয়া ভূমিকম্পৰ নহয়।

৩ এপ্ৰিলত টাইৱানত হোৱা প্ৰবল ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৪। ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভেৰ মতে, প্ৰায় ২৫ বছৰৰ ভিতৰত এই দ্বীপটোত হোৱা এয়া আটাইতকৈ শক্তিশালী ভূমিকম্প। ইয়াৰ ফলত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৯০০ৰো অধিক লোক আহত হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় উদ্যানৰ এখন হোটেললৈ মিনিবাছত গৈ থকা ৫০ জন শ্ৰমিক নিৰুদ্দেশ হৈছে।  ইয়াৰ মাজতে এটা ভাইৰেল […]

Continue Reading

কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক তথা জৱাহৰলাল নেহৰুৰ পৰিয়াল আৰু ফিৰোজ গান্ধী সম্পৰ্কে ভুৱা তথ্য ভাইৰেল।

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন পোষ্ট চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। এনে সময়তে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীকক লৈও এটা পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ভাইৰেল পোষ্টটোত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীক সদৃশ এখন হাতৰ ফটো শ্বেয়াৰ কৰা হৈছে। ফটোখনত থকা হাতখন কোনো ধাতুৰে নিৰ্মিত যেন অনুমান হয়। হাতখনৰ ওপৰত আৰবী […]

Continue Reading