প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত ব্যাপক প্ৰতিবাদ হৈছে নেকি? সত্যটো কি?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২০ জুন,২০২৩ত আমেৰিকা ভ্ৰমণৰ প্ৰথম পৰ্যায়ত নিউয়ৰ্কত উপস্থিত হয়। ২১ জুনত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব লয় মোদীয়ে। তাৰ পাছত ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে এক দ্বিপাক্ষিক আলোচনাত মিলিত হয় ৱাশ্বিংটনত। এই প্ৰেক্ষাপটতে,মোদী বিৰোধী কিছুমান পোষ্টাৰৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু শেহতীয়াকৈ মোদীৰ আমেৰিকা ভ্ৰমণৰ মাজতে সেইবোৰ […]
Continue Reading