ফটোখনত দেখুওৱা ৰে’ল ষ্টেচনটো পাকিস্তানৰ নহয়
শেহতীয়াকৈ পাকিস্তানত হোৱা বিধ্বংসী বানপানীয়ে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। এই সময়ত বিভিন্ন ফটো তথা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। আমাৰ হোৱাটচএপ নম্বৰলৈও পাকিস্তানৰ বানপানীৰ বুলি Zee news ত প্ৰকাশ পোৱা এখন ফটো আহিছিল। ফটোখনত পানীত ডুব যোৱা ট্ৰেইন আৰু ৰে’ললাইন দেখুৱাই সেয়া পাকিস্তানৰ বুলি দাবী কৰা হৈছিল। Archived Link Archived […]
Continue Reading