সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা এই ভিডিঅ’টোৰ বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ সৈতে সম্পৰ্ক নাই।

এজন সাংবাদিকৰ লগত একাংশ‌ লোকে অভব্য আচৰণ কৰা এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে বাংলাদেশত বাতৰি পৰিৱেশন কৰা সাংবাদিক এজনক‌ প্ৰতিবাদকাৰীয়ে এইদৰে অভব্য আচৰণ কৰিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বাংলাদেশৰ তলুৱা চেলেকা সাংবাদিকৰ বৰ্তমানৰ অৱস্থা”। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে […]

Continue Reading