এই ভিডিঅ’ ক্লিপকেইটা তাজিকিস্তানৰ ভূমিকম্পৰ হয়নে?

যোৱা ২৩ ফেব্ৰুৱাৰীত তাজিকিস্তানত হোৱা ৬.৮ প্ৰাবল্যৰ ভূমিকম্প‌ৰ কম্পন চীন আৰু অন্যান্য চুবুৰীয়া দেশতো অনুভূত হৈছিল। ইয়াৰ পিছতে চ’চিয়েল মেডিয়াত তাজিকিস্তানৰ ভূমিকম্পৰ বুলি দাবী কৰি বিভিন্ন ভিডিঅ’ শ্বেয়াৰ হোৱা দেখা গৈছে। এনেধৰণৰ এটা ভিডিঅ’ আমি ফেচবুকত পালোঁ। তাজিকিস্তানৰ ভূমিকম্প বুলি মূল ভিডিঅ’টোৰ আৰম্ভণিত দুটা ভিডিঅ’ ক্লিপ দেখুৱাই বাতৰি পৰিৱেশন কৰা হৈছিল। Facebook Link | Archived […]

Continue Reading

এই ভিডিঅ’টোত থকা ভিডিঅ’ ক্লিপসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ হয়নে?

যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে তুৰস্কত আৰু ছিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এতিয়ালৈকে চৈধ্য হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পৰ বুলি বিভিন্ন ফটো আৰু ভিডিঅ’শ্বেয়াৰ হোৱা দেখা গৈছে।  তেনেধৰণৰ দাবীৰে এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত তুৰস্কত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ বুলি কেইবাটাও ভিডিঅ’ ক্লিপ সংলগ্ন […]

Continue Reading

FACT CHECK: সঁচাকৈ জাপানে মাইক্ৰ’ৱেভৰ উৎপাদন নিষিদ্ধ কৰিছে নেকি?

মাইক্ৰ’ৱেভ অভেনৰ ক্ষতিকাৰক প্ৰভাৱৰ তালিকাৰ এটা ভাইৰেল বাৰ্তা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। বাৰ্তাটোত দাবী কৰা হৈছে যে মাইক্ৰ’ৱেভৰ ক্ষতিকাৰক প্ৰভাৱৰ বাবে, জাপানত ইয়াৰ ব্যৱহাৰ আৰু উৎপাদন নিষিদ্ধ কৰা হৈছে । ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই উক্ত দাবীটো পৰীক্ষা কৰাৰ অনুৰোধৰ সৈতে ইয়াৰ ২৪x৭ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০ত একেটা বাৰ্তা লাভ কৰিছিল। Archived Link  ইয়াত বাৰ্তাটো দিয়া হৈছে:. […]

Continue Reading