পুৰণি অপ্ৰাসংগিক ভিডিঅ’ এপষ্টিন ফাইলছ প্ৰকাশৰ পাছত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ দৃশ্যৰ বুলি ভাইৰেল।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এদল লোকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পুত্তলিকাত মৰিয়াই আছে। দাবী কৰা হৈছে যে এপষ্টিন ফাইলছ প্ৰকাশৰ পাছতেই ট্ৰাম্পৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “#এপষ্টেইন_ফাইল-ত #ট্ৰাম্পৰ নাম প্ৰকাশ পোৱাৰ পিছত ট্ৰাম্পৰ বিৰোধিতা বাঢ়িছে..!!” Facebook Link | Archived Link […]
Continue Reading
