এই ভিডিঅ’টোৰ অযোধ্যাৰ ৰাম মন্দিৰৰ লগত কোনো সম্পৰ্ক নাই।
অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ পিছত সমগ্ৰ দেশৰ পৰা উপহাৰ গ্ৰহণৰ প্ৰথা অব্যাহত আছে। এতিয়া আমেৰিকাৰ প্ৰবাসী ভাৰতীয় বাসৱী সন্থাই অযোধ্যা ৰাম মন্দিৰত ভগৱান ৰামক ১২খন নতুন সোণৰ বাহন উপহাৰ দিয়াৰ কথা উল্লেখ কৰি এটা ভিডিঅ’ প্ৰকাশ পাইছে। উল্লেখযোগ্য যে উৎসৱৰ শোভাযাত্ৰাৰ সময়ত মন্দিৰৰ দেৱতাক কঢ়িয়াই নিয়াৰ বাবে এই বাহন ব্যৱহাৰ কৰা হয়। ভাইৰেল ভিডিঅ’টোৰ […]
Continue Reading