এই কৃষক আন্দোলন পাকিস্তানী গজৱা-এ-হিন্দৰ অন্তৰ্গত আক্ৰমণ নহয়। এই দাবী বিভ্ৰান্তিকৰ।     

শেহতীয়াভাৱে কৃষক সংঘই যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰাবলৈ দিল্লীলৈ প্ৰতিবাদী আন্দোলন আৰম্ভ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ফটো আৰু ভিডিঅ’ বিভিন্ন মিছা, বিভ্ৰান্তিকৰ,সংগতিহীন দাবীৰে ভাইৰেল হৈ আছে। তেনেকুৱা এটা ভিডিঅ’ এগৰাকী ব্যৱহাৰকাৰীয়ে ফেচবুকত আপলোড কৰি দাবী কৰিছে যে শেহতীয়া এই কৃষক আন্দোলনৰ আঁৰত আছে পাকিস্তানী বিচ্ছিন্নতাবাদী আৰু ই আন্তৰ্জাতিক […]

Continue Reading

কেমেৰাৰ সমুখত মহিলাক প্ৰহাৰ কৰা এই ভিডিঅ’টো সন্দেশখালিৰ নহয়।

উত্তৰ ২৪ পৰগনাৰ সন্দেশখালি বিধান সভা সমষ্টি বিগত কিছুদিনৰ পৰা উত্তপ্ত হৈ পৰিছে। স্থানীয় টিএমচিৰ নেতাসকলৰ ওপৰত যৌন নিৰ্যাতন আৰু ভূমি দখলৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ মহিলাসকলে। গাঁওবাসীৰ এটা অংশই কয় যে এই অপৰাধ ৰোধ কৰিবলৈ আৰক্ষীয়ে গাঁওবাসীক সহায় কৰা নাছিল। ইফালে মহিলা আয়োগে নিজাকৈ প্ৰতিবেদন প্ৰকাশ কৰিছে য’ত মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ বিষয়ে স্পষ্ট […]

Continue Reading

২০২২ চনৰ পাটিয়ালাৰ সংঘৰ্ষৰ দৃশ্য বৰ্তমানৰ কৃষক আন্দোলনৰ আক্ৰমণৰ বুলি ভাইৰেল।      

শেহতীয়াভাৱে কৃষক সংঘই যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰাবলৈ দিল্লীলৈ প্ৰতিবাদী সমদল আৰম্ভ কৰে।  দেশত চৰ্চাৰ বিষয় হৈ থকা এই কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ছোচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ অপব্যাখ্যা আৰু ভুল তথ্যৰে ভাইৰেল হৈ পৰিছে।    অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ […]

Continue Reading

অসমত ব্ৰ‌ইলাৰ মুৰ্গীৰ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে নেকি?

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত এটা বাতৰি ভাইৰেল হৈছে য’ত কোৱা হৈছে যে বাৰ্ড ফ্লুৰ বাবে অসমত ব্ৰ‌ইলাৰ মুৰ্গীৰ মাংস নিষিদ্ধ কৰা হৈছে। Facebook Link | Archived Link তেনে এটা পোষ্ট আমি ইয়াতো পালোঁ। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ভাইৰেল ভিডিঅ’টো প্ৰথমে ভালদৰে চালোঁ। ভিডিঅ’টোৰ ১:০১ […]

Continue Reading

এই ভিডিঅ’টোৰ কৃষক আন্দোলনৰ সৈতে সম্পৰ্ক নাই।

ভাৰতত চলি থকা কৃষক আন্দোলনৰ বহুতো ফটো আৰু ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। এনে সময়তে এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হৈছে য’ত এদল প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে পানীৰ কামান ব্যৱহাৰ কৰা দেখা গৈছে। দাবী কৰা হৈছে যে এয়া দিল্লী অভিমুখী কৃষকৰ প্ৰতিবাদ দমন কৰিবলৈ বিজেপি চৰকাৰে লোৱা ব্যৱস্থা। Facebook Link | Archived Link কিন্তু সঁচাকৈয়ে সেয়া কৃষক […]

Continue Reading

জলপ্ৰপাতৰ ওপৰেৰে পূৰ্ণিমাৰ জোনৰ এই সুন্দৰ দৃশ্য সঁচা হয়নে?

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে য’ত জোন আৰু জলপ্ৰপাতৰ এক সুন্দৰ দৃশ্য দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, ” আমেৰিকাৰ কেলিফৰ্ণিয়াৰ চেণ্টিনেল ৰকৰ ঠিক পশ্চিমে ইয়োচেমাইটৰ দক্ষিণ দিশত এঞ্জেল জলপ্ৰপাতৰ ওপৰেৰে পূৰ্ণিমাৰ জোন নামি আহিছে। প্ৰতি বছৰে কেইদিনমানৰ বাবে এনে লাগে যেন চন্দ্ৰটো গলি জলপ্ৰপাতৰ মাজেৰে নামি আহিছে”। Facebook […]

Continue Reading

২০২১চনৰে ফটো ব্যৱহাৰ কৰি শেহতীয়া কৃষক আন্দোলনত ৰাহুল গান্ধীয়ে নেতৃত্ব দিছে বুলি প্ৰচাৰ কৰা হৈছে।     

শেহতীয়াভাৱে দেশত চৰ্চাৰ বিষয় হৈ থকা কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ছোচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ অপব্যাখ্যা আৰু ভুল তথ্যৰে ভাইৰেল হৈ পৰিছে। বিভিন্ন মিছা দাবীৰে কৃষক আন্দোলনকেন্দ্ৰীক ফটো বা ভিডিঅ’ প্ৰচাৰ হৈছে। তেনেকুৱা এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে, য’ত দেখা গৈছে যে বহুকেইজন আন লোকৰ লৈকে এখন ট্ৰেক্টৰত […]

Continue Reading

এই ফটোখনৰ কৃষক আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই।

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত এজন আঘাতপ্ৰাপ্ত শিখ ধৰ্মাৱলম্বী লোকৰ ফটো ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে কৃষক আন্দোলনৰ আন্দোলনকাৰী কৃষকক এইদৰে লাঠীৰে প্ৰহাৰ কৰি ঘূণীয়া কৰা হৈছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া Sikh […]

Continue Reading

২০২৩ চনৰ ৮ ডিচেম্বৰতে আপলোড কৰা ভিডিঅ’ বৰ্তমানৰ কৃষক আন্দোলনৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰা হৈছে।     

শেহতীয়াভাৱে দেশত চৰ্চাৰ বিষয় হৈ থকা কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ছোচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ অপব্যাখ্যা আৰু ভুল তথ্যৰে ভাইৰেল হৈ পৰিছে। বিভিন্ন মিছা দাবীৰে কৃষক আন্দোলনকেন্দ্ৰীক ফটো বা ভিডিঅ’ প্ৰচাৰ হৈছে। তেনেকুৱা এটা ভিডিঅ’ অসমৰ ফেচবুকত দেখা পোৱা গৈছে। তদুপৰি ইউটিউৱতো সেই একেধৰণ দাবীৰে ভিডিঅ’টো আপলোড কৰা আমাৰ […]

Continue Reading

মহাৰাষ্ট্ৰৰ ভিডিঅ’কে হালদ্বানীৰ মুছলমানৰ ওপৰত আক্ৰমন বুলি ভাইৰেল কৰা হৈছে।    

শেহতীয়াভাৱে চাৰিদিন পূৰ্বে উত্তৰাখণ্ডৰ হালদ্বানীৰ বনভুলপুৰাত হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ অভিযোগত প্ৰশাসনে গ্ৰেপ্তাৰ অভিযান চলায়। ৮ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ ফালে  এখন মাদ্ৰাছা ভাঙি পেলোৱাৰ পাছত যি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত আছে। কিন্তু ইফালে এই ঘটনা সন্দৰ্ভত সাম্প্ৰদায়িক দাবীৰে ভুৱা আৰু বিভ্ৰান্তিকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। এক […]

Continue Reading