ভিডিঅ’টোৰ আটাইবোৰ দৃশ্যাংশ চীনৰ শেহতীয়া বানপানীৰ নহয়।

শেহতীয়াকৈ প্ৰচণ্ড ধুমুহা বৰষুণৰ পাছত দক্ষিণ চীনৰ ঘন জনবসতিপূৰ্ণ পাৰ্ল ৰিভাৰ ডেল্টাত চহৰসমূহ বানপানীয়ে বুৰাই পেলাইছে। সোমবাৰলৈকে সমগ্ৰ প্ৰদেশখনতে প্ৰায় ১ লাখ ১০ হাজাৰ লোকক খালী কৰা হৈছে, আনহাতে ২৫ হাজাৰ ৮০০ লোক জৰুৰীকালীন আশ্ৰয় শিবিৰত আছে বুলি ছিনহুয়াই প্ৰকাশ কৰিছে। এনে সময়তে চীনত হোৱা বানপানীৰ দৃশ্য বুলি চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিভিন্ন ফটো […]

Continue Reading

মহেন্দ্ৰ সিং ধোনীয়ে কংগ্ৰেছক ভোট দিবলৈ আহ্বান কৰা নাছিল। কথাত বেলেগ।  

শেহতীয়াকৈ অসমৰ হোৱাটছএপ ব্যৱহাৰকাৰীসকৰ মাজত এখন বিশেষ ফটো ভাইৰেল হৈ পৰা দেখা গৈছে। ভাৰতৰ মহান ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ দুয়োখন হাত ওপৰলৈ উঠাই হাতৰ আঙুলিৰে কিবা এটা বিশেষ ভংগিমা প্ৰদৰ্শন কৰা দেখা গৈছে ফটোখনত। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ফটোখন প্ৰেৰণ কৰি মহেন্দ্ৰ সিং ধোনীয়ে কংগ্ৰেছ দলক ভোট দিবলৈ ইংগিত কৰিছে […]

Continue Reading

এই ফটোখন ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ নহয়।

শেহতীয়াকৈ ডুবাইত হোৱা বানপানী সম্পৰ্কে চ’ছিয়েল মিডিয়াত বহু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ফেচবুকত এখন ফটো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “প্ৰকৃতিৰ লগত খেলা কৰাৰ শিক্ষা ডুবাইয়ে ভালকৈ পালে। বৰষুণ নহয় কাৰণে ডুবাইত cloud☁️ seeding কৰে, মানে আৰ্টিফিচিয়েল মেঘৰ সৃষ্টি কৰি বৰষুণ পেলাই। এইবাৰো কৰিছিল বহুত বাৰ cloud seeding.. তাৰ কেইদিনমান পিছত প্ৰকৃতিৰ এনেকুৱা […]

Continue Reading

পুৰণি ভিডিঅ’ ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ডুবাইত ২৪ ঘণ্টাৰ ভিতৰত ১৪২ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ ফলত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। এই পৰিপ্ৰেক্ষিতত চ’ছিয়েল মিডিয়াত বহু ভিডিঅ’ আৰু ফটো ভাইৰেল হৈ পৰিছে। ফেচবুকত তেনে ভিডিঅ’ শ্বেয়াৰ কৰি সেয়া ডুবাইত হোৱা বানপানীৰ দৃশ্য বুলি দাবী কৰা হৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত […]

Continue Reading

২০১৮ চনত ফ্ল’ৰিডাত অহা Hurricane Michael নামৰ ঘূৰ্ণীবতাহৰ দৃশ্যকে ডুবাইৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা ভিডিঅ’ প্ৰচাৰ কৰি দাবী কৰা হৈছে যে সেইটো অলপতে ডুবাইত হৈ যোৱা প্ৰকৃতিক দুৰ্যোগৰ ভিডিঅ’। ভিডিঅ’টো আপলোড কৰাৰ সময়ত এইদৰে ডুবাইত ধুমুহা বতাহ বলি থকা বুলি দাবী কৰি লিখিছে-ডুবাইত এতিয়াও এনেকে বলি আছে বতাহ ধুমুহা। আল্লাহে ৰক্ষা কৰক। Facebook Link । Archived Link   কিন্তু এই দাবী সত্য হয়নে?   আমি ফেক্ট […]

Continue Reading

ডিপফেক কি আৰু কেনেকৈ চিনাক্ত কৰিব।

১৯ এপ্ৰিলৰ পৰা ভাৰতত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰম্ভ হৈছে। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰেপৰা বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। চ’ছিয়েল মিডিয়াতো নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এনে সময়তে অভিনেতা আমিৰ খান আৰু ৰনৱীৰ সিঙৰ দুটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে চ’ছিয়েল মিডিয়াত। ভিডিঅ’ দুটাত আমিৰ খান আৰু ৰনৱীৰ সিঙে […]

Continue Reading

বিৰাট কোহলীৰ এই বলুকা ভাস্কৰ্য কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে।

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ এক বলুকা ভাস্কৰ্য, চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ধুনীয়া ভাস্কৰ্যটো এটা শিশুৱে সৃষ্টি কৰা বুলি দাবী কৰি চ’ছিয়েল মিডিয়াত ফটোসমূহ শ্বেয়াৰ কৰা হৈছে। এখন ফটোত ল’ৰাজনে হাতেৰে মূৰ্তিটোৰ আকৃতি দি থকাৰ বিপৰীতে আন এখন ছবিত ব্ৰাছেৰে ভাস্কৰ্যটোৰ কাম কৰি থকা দেখা গৈছে। এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা […]

Continue Reading

দৈনিক ভাস্কৰৰ ১৩ এপ্ৰিলৰ সংখ্যাত নিয়েলছনৰ সৈতে কৰা কোনো সমীক্ষা প্ৰকাশ পোৱা নাছিল।

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা বিশেষ বাৰ্তা প্ৰচাৰ কৰা দেখা গৈছে। হিন্দী দৈনিক কাকত ‘দৈনিক ভাস্কৰ’ৰ এটা সংস্কৰণৰ এটা পৃষ্ঠাৰ ফটো আপলোড কৰি তাত নিয়েলছন আৰু দৈনিক ভাস্কৰৰ আগন্তুক লোকসভা নিৰ্বাচনৰ সমীক্ষা প্ৰকাশ পোৱা বুলি দাবী কৰি পোষ্ট কৰা হৈছে। পোষ্টটোত লিখিছে- INDIA আগবাঢ়ি আছে দৈনিক ভাস্কৰ, উত্তৰ ভাৰতত বহুল বাবে প্ৰকাশিত হিন্দী দৈনিক বাতৰি কাকক। […]

Continue Reading

২০১৫ চনৰ সূৰ্যগ্ৰহণৰ দৃশ্যকে শেহতীয়া ৮ এপ্ৰিলৰ সূৰ্যগ্ৰহণৰ বুলি প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ বাৰুকৈয়ে চৰ্চিত হৈছে। যোৱা ৮ এপ্ৰিলত এই বছৰটোৰ এক বিৰল মহাজাগতিক পৰিঘটনা হিচাপে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ সংঘটিত হৈছিল। সেই দৃশ্য দক্ষিণ আমেৰিকা, মেক্সিকো, কানাডা আদিৰ পৰা খালি চকুৰেও দেখা পোৱা গৈছিল। তাৰ পাছতেই অসমৰ ফেচবুকতো সূৰ্যগ্ৰহণৰ দৃশ্য বুলি কিছুমান দৃশ্য প্ৰচাৰ হোৱা দেখা গৈছে। তাৰে ভিতৰত এটা দৃশ্য অসমৰ এটা […]

Continue Reading

ৰাজস্থানৰ ছমাহ পুৰণি ঘটনাৰ দৃশ্য কেৰালাৰ বুলি দাবী কৰি ফেচবুকত প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ চৰ্চিত হোৱা দেখা গৈছে। এটা ৰেলৰ আলিত শিল আৰু অন্য সামগ্ৰী দি থোৱা দৃশ্যৰ ভিডিঅ’টোৰে দাবী কৰা হৈছে যে সেয়া কেৰালাৰ দৃশ্য। কেৰালাত মুছলমান লোকে তেনেকৈ ৰেলৰ ক্ষতিসাধন কৰাৰ বাবে ৰেলৰ আলিত শিল দি থোৱা বুলি কোৱা হৈছে। এটা ফেচবুক পেজত সেই ভিডিঅ’টো আপলোড কৰি লিখা হৈছে – #BreakingNews […]

Continue Reading