ভাইৰেল ভিডিঅ’টোত থকা শিল্পীজন ওস্তাদ জাকিৰ হুছেইন নহয়, বৰঞ্চ তাৰী খান নামৰ এজন পাকিস্তানী তবলা শিল্পীহে।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত বিশ্ববিখ্যাত গায়ক নুচৰত ফটেহ আলীখানৰ সৈতে এগৰাকী তবলাবাদকে তবলা সংগত কৰি থকা দেখা গৈছে। সেই তবলা বাদকজন সদ্য দিবংগত ভাৰতীয় তবলা বাদক জাকিৰ হুছেইন বুলি দাবী কৰা হৈছে অথবা সেইগৰাকী তবলা বাদক জাকিৰ হুছেইন হয় নে নহয় তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে। Archived Link কিন্তু […]

Continue Reading

এখন মাদ্ৰাছাৰ বাৰ্ষিক প্ৰতিযোগিতাৰ নাটকৰ দৃশ্যকে বাংলাদেশত আইছিছ, আল-কাইডাৰ কাৰ্যকলাপ বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ চৰ্চিত হৈছে। ভিডিঅ’টোত দেখা গৈছে যে পৰিধানত ইছলাম ধৰ্মীয় পোচাকৰ সৈতে একাংশ লোক এখন মঞ্চত বহি আছে। মঞ্চৰ ভাষণস্থলিত এগৰাকী লোকে আৰবী ভাষাত ভাষণ দিছে আৰু তেওঁৰ দুয়োকাষে হাতত উদ্যত মাৰনাস্ত্ৰ ৰৈ আইছিছ আদি সন্ত্ৰাসবাদী সংগঠনৰ দৰে পোচাক পৰিচ্ছদ কৰা দুজন লোক। মঞ্চৰ পিছফালে বৰ বৰ হৰফেৰে লিখা আছে […]

Continue Reading

ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰতিষ্ঠা দিৱস উপলক্ষে গ্ৰাহকলৈ কোনো ধৰণৰ নগদ ধনৰ উপহাৰ বা পুৰস্কাৰৰ সুবিধা প্ৰদান কৰা নাই। 

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ লিংক বিয়পি পৰিছে। ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বুলি সেই লিংকটো প্ৰেৰণ কৰা হৈছে। লিংকটো খুলিলে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এক বিশেষ সুবিধাৰ তথ্য দিয়া ইণ্টাৰফেচ এটা খোলা যায়। সেই ইণ্টাৰফেচ মতে দাবী কৰা হৈছে যে ষ্টেট বেংক অৱ ইণ্ডিয়াই তেওঁলোকৰ বিশেষ কিছুমান গ্ৰাহকৰ বাবে  কেশ্ব প্ৰাইজ, কেশ্ববেক আৰু অন্য বিভিন্ন […]

Continue Reading

এনআৰচিৰ আবেদন আধাৰ লাভৰ পূৰ্বচৰ্তঃ এক সবিস্তাৰ আলোচনা

প্ৰস্তাৱনা সেয়া ১১ ডিচেম্বৰ ২০২৪ৰ কথা। অসম চৰকাৰে এক বিশেষ নীতি ঘোষণা কৰিলে। সেয়া হৈছে ৰাজ্যৰ সকলো নতুন আধাৰ আবেদনকাৰীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আবেদন ৰচিদ নম্বৰ (এ আৰ এন) জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা এই পদক্ষেপৰ লক্ষ্য হৈছে বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশক লৈ সৃষ্টি […]

Continue Reading

এমাজনৰ অৰণ্যৰ ভিতৰত হাউলাৰ বান্দৰে যন্ত্ৰৰ ওপৰত উঠি চিঞৰা ভিডিঅ’কে অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই ভিডিঅ’টো অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এটা বান্দৰে এখন এক্সকেভেটৰৰ ওপৰত উঠি চিঞৰি আছে। বিভিন্ন ফেচবুক পোষ্টত হোলোঙাপাৰ গিবন অভয়াৰণ্যত এইদৰে বান্দৰটোৱে প্ৰতিবাদ কৰা অথবা দুখত চিঞৰি উঠা বুলি বুজাই সেই ভিডিঅ’টো শ্বেয়াৰ কৰি থকা আমাৰ নজৰত পৰিছে। […]

Continue Reading

বিহাৰৰ পুৰ্ণিয়াত এমাহ পূৰ্বে সংঘটিত হোৱা আত্মহত্যাৰ ঘটনাৰ ভিডিঅ’ বাংলাদেশৰ মৈমনসিং-গিৰিপুৰত হিন্দু মহিলাক ধৰ্ষণ আৰু শিশু হত্যা বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই ভিডিঅ’টো বাংলাদেশৰ মৈমনসিং-গিৰিপুৰৰ বুলি দাবী কৰিছে। কোৱা হৈছে যে এটা হিন্দু পৰিয়ালৰ তিনিটি শিশু আৰু দুগৰাকী মহিলাক ধৰ্ষণ আৰু হত্যা কৰা হৈছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এইদৰে লিখিছে- এয়া আজিৰ বাংলাদেশৰ মৈমনসিং-গিৰিপুৰৰ কাণ্ড য’ত স্থানীয় ধৰ্মান্দ্ব জেহাদীৰ একাংশ লোকে হিন্দুৰ ঘৰলৈ গৈ নিষ্ঠুৰ ভাৱে আক্ৰমণ […]

Continue Reading

৫০ বছৰীয়া পিতৃৰ সৈতে ২৩ বছৰীয়া কন্যাই  বিবাহপাশত আৱদ্ধ হোৱা দাবীটো বিভ্ৰান্তিকৰ। ই সত্য নহয়।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এখন ফটো বিয়পি পৰিছে। ফটোখনত এগৰাকী ব্যক্তিৰে সৈতে শিৰত সেন্দুৰ লৈ থকা এগৰাকী যুৱতীক দেখা গৈছে। ফটোখনৰ ওপৰত হিন্দী ভাষাত লিখা হৈছে যে ৫০বছৰীয়া পিতৃৰ সৈতে হিন্দু ৰীতি-নীতিমতে বিবাহপাশত আৱদ্ধ হৈছে এগৰাকী ২৩বছৰীয়া যুৱতী। Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা […]

Continue Reading

জলন্ধৰৰ এক দুগ্ধ পামত সংঘটিত গৰুৰ ওপৰত অত্যাচাৰৰ ঘটনা বাংলাদেশৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে কেইজনমান লোকে এটা গৰুক নিৰ্মমভাৱে লাঠীৰে প্ৰহাৰ কৰি আছে। প্ৰহাৰ কৰাৰ ফলত এটা সময়ত গৰুটো মাটিত বাগৰি পৰা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো বাংলাদেশৰ। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “এই দৈত্য দানৱক দমন কৰিবলৈ ঈশ্বৰ কেতিয়া জাগ্ৰত হ’ব !?? […]

Continue Reading

বহু পুৰণি ফটোৰে দাবী কৰা হৈছে যে এয়া শেহতীয়াকৈ ঢাকাত ছাত্ৰ-ছাত্ৰীয়ে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা দৃশ্য।  

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি লিখা হৈছে- ‘ঢাকাৰ ট্ৰেফিক নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষীক সহায় কৰিবলৈ পথত নামিছে ছাত্ৰ ছাত্ৰীৰ দল।’ এই খবৰে শিৰোনামা দখল কৰিলে বিশ্বৰ মূল সুঁতিৰ বাতৰি কাগজত। এইদৰে ফটোখন ব্যৱহাৰ কৰি দাবী কৰা হৈছে যে সেয়া বাংলাদেশৰ ৰাজধানী ঢাকাৰ শেহতীয়া দৃশ্য আৰু এইদৰে ঢাকাৰ ছাত্ৰ-ছাত্ৰীয়ে ট্ৰেফিক নিয়ন্ত্ৰণত ব্যস্ত হৈছে।  […]

Continue Reading

অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৰাজ্যিক ৱাকফ ব’ৰ্ড স্থায়ীভাৱে ভংগ কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

অন্ধ্ৰপ্ৰদেশ চৰকাৰে ৰাজ্যিক ৱাকফ ব’ৰ্ড ভংগ কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ পৰিছে। এটা ফেচবুক পোষ্টত লিখা আছে এইদৰে,”চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰপ্ৰদেশ চৰকাৰে পূৰ্বৰ ৱাই এছ আৰ কংগ্ৰেছ শাসনে সৃষ্টি কৰা ৰাজ্যিক ৱাকফ ব’ৰ্ড ভংগ কৰে।” Facebook Link | Archived Link  একেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব। Archived Link. আমি ফেক্ট […]

Continue Reading