২০২০চনৰ মালাবাৰ নৌসেনা অনুশীলনৰ দৃশ্যকে পাকিস্তানলৈ শেহতীয়াকৈ গতি কৰি INS Vikrant আৰু INS Suratৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমৰ সামাজিক মাধ্যমত সেই ঘটনাটোৰ লগত সংগতি ৰাখি বিভিন্ন ফটো, ভিডিঅ’ প্ৰচাৰ হৈ আছে। তাৰে কিছুমানৰ সত্যতা নিৰূপণ ইতিমধ্যেই আমি কৰিছোঁ। এই বিষয়টোৰ সৈতে সাঙোৰ খাই থকা আন এক ভিডিঅ’ এক ব্যৱহাৰকাৰীয়ে আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। মাজ সাগৰত দুখন যুঁজাৰু জাহাজৰ কুছকাৱাজৰ দৃশ্য দেখা গৈছে। দাবী কৰা হৈছে […]

Continue Reading

২০২১ চনৰে পুৰণি ভিডিঅ’ পেহেলগাম কাণ্ডত জৰিত সন্ত্ৰাসবাদীৰ ঘৰৰ ওপৰত ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৮ জন লোকৰ প্ৰাণহানি হৈছিল। তাৰ পাছতেই সামাজিক মাধ্যমত বিভিন্ন ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। অতি শেহতীয়াকৈ ভাৰতীয় সেনাই বোমা আৰু গুলীৰে আক্ৰমণ কৰি ধ্বংস কৰা এটা ঘৰৰ ভিডিঅ’ আপলোড কৰি সেয়া পেহেলগাম আক্ৰমণত জৰিত থকা সন্ত্ৰাসবাদীৰ ঘৰ বুলি দাবী কৰি প্ৰচৰা কৰা হৈছে। পেহেলগামৰ প্ৰতিশোধ কল্পে ভাৰতীয় সেনাই এই […]

Continue Reading

পুৰণি ভিডিঅ’ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িত এটা সন্ত্ৰাসবাদীৰ ভিডিঅ’ বুলি ভাইৰেল।

কমেও ২৬ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এই ঘটনাৰ সৈতে জড়িত বিভিন্ন পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পটভূমিত চিকিৎসালয়ৰ বিচনাত এজন ব্যক্তিক সাংবাদিকে সাক্ষাৎকাৰ লোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টোত থকা ব্যক্তিজনেই হৈছে শেহতীয়াকৈ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত […]

Continue Reading

অন্য দম্পতীৰ নৃত্যৰত ভিডিঅ’কে পেহেলগামত প্ৰাণ হেৰুওৱা বিনয় নৰৱাল আৰু তেওঁৰ পত্নীৰ শেষ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৮ জন লোকৰ প্ৰাণহানি হৈছিল যাৰ ভিতৰত ভাৰতীয় নৌসেনাৰ এজন বিষয়া বিনয় নৰৱালেও প্ৰাণ হেৰুৱাইছিল। এই পটভূমিত পেহেলগামত পত্নীৰ সৈতে বিনয় নৰৱালৰ শেষ ভিডিঅ’ বুলি দাবী কৰি এক দম্পতীয়ে ঘাঁহনিত নাচি থকা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । অসমৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানেও সেই ভিডিঅ’টো বিনয় নৰৱালৰ শেষ ভিডিঅ’ […]

Continue Reading

কান্দি থকা শিশুটিৰ ভিডিঅ’টো শেহতীয়া পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ৰ নহয়।  

শেহতীয়াভাবে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এটি ক্ৰন্দনৰক শিশুৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’টোৰ প্ৰথম খণ্ডত মৃতদেহৰ কাষত বহি থকা এটি শিশু আৰু আনটো অংশত গাড়ীত কান্দি কান্দি গৈ থকা শিশু এটিক কোনোবাই সান্ত্বনা দি থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ব্যৱহৰাকাৰীয়ে দাবী কৰিছে যে শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শিশুটিয়ে পিতৃ-মাতৃক হেৰুৱাইছে।  […]

Continue Reading

অসমৰ চাহ উদ্যোগৰ বিকাশ আৰু ইয়াৰ কাৰক আৰু প্ৰত্যাহ্বানসমূহঃ এক বিশ্লেষণ।  

পাতনি অসম হৈছে ভাৰতৰ সৰ্ববৃহৎ চাহ উৎপাদক ৰাজ্য। বৰ্তমান চাহ উদ্যোগত এক উল্লেখযোগ্য বিকাশৰ সন্মুখীন হৈছে অসম। ইয়াৰ শক্তিশালী, মেল্টী সোৱাদৰ ক’লা চাহৰ বাবে পৰিচিত অসমে ভাৰতৰ মুঠ চাহ উৎপাদনৰ ৫০% তকৈ অধিক অৱদান আগবঢ়ায় আৰু লাখ লাখ কামাৰীক নিয়োগ প্ৰদান কৰে। উৎপাদন, ৰপ্তানি আৰু ঘৰুৱা চাহিদাৰ এই হঠাৎ বৃদ্ধিয়ে এই খণ্ডটোক নতুন জীৱন দান […]

Continue Reading

২০০০ টকাৰ ওপৰত UPI লেনদেন কৰিলে ৮টকাকৈ জিএছটি ভৰিব লাগিব বুলি ওলোৱা খবৰটো মিছা, ভিত্তিহীন।  

শেহতীয়াভাবে যোৱা ১৯ এপ্ৰিল,২০২৫ত অসমৰ এটা ফেচবুক পেজৰ পৰা এটা পোষ্ট কৰি দাবী কৰা হৈছে যে এতিয়াৰে পৰি UPI জৰিয়তে ২০০০ টকাৰ ওপৰত ধনৰ লেনদেন কৰিলে প্ৰতিজন গ্ৰাহকে ৮ টকাকৈ কৰ পৰিশোধ কৰিব লাগিব। অনলাইন লেনদেনৰ ওপৰতো GST আৰোপ কৰা হ’ব বুলি দাবী কৰি পোষ্টটোত লিখা হৈছেঃ-  UPIত ২,০০০ৰ বেছি টকা লেনদেন কৰিলে দিব লাগিব […]

Continue Reading

মহাকুম্ভৰ মহাকালগিৰি বাবাৰ ফটোকে মেৰট হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ছাহিল শুক্লা বুলি দাবী।  

শেহতীয়াভাবে যোৱা ১৫ এপ্ৰিলত অসমৰ এটা ফেচবুক পেজৰ পৰা এটা পোষ্ট দিয়া হৈছিল। পোষ্টটোত দুখন ফটো লগোৱা হৈছিল। সেই পোষ্টটোৰে ফটোত থকা দুয়োজন লোক একেজনেই বুলি দাবী কৰা হৈছে। কেপছনত লিখিছে- সৌৰভ ৰাজপুটক হত্যা কৰাৰ পিছদিনাই তেওঁ পাপ মুক্ত কৰিবলৈ স্নান আৰু ধ্যান কৰিব হৈছিল মহাকুম্ভ মেলাত। অৰ্থাৎ ফটোত থকা দুয়োজন লোক দেশ কঁপাই যোৱা […]

Continue Reading

নিউজিলেণ্ডৰ বে অ’ভেল ষ্টেডিয়ামৰ ঘটনা এটা পাকিস্তানৰ বুলি বিভ্ৰান্তিৰে প্ৰচাৰ।  

শেহতীয়াভাবে অসমৰ ফেচবুকত এখন চলন্ত ক্ৰিকেট খেলৰ এটা দৃশ্য আপলোড কৰি প্ৰচাৰ কৰা হৈছে যে নিউজিলেণ্ডৰ সৈতে পাকিস্তানে খেলি থকা সময়ত পাকিস্তানৰ ষ্টেডিয়ামত কাৰেণ্ট গুছি গৈছিল। একাধিক ব্যৱহাৰকাৰীয়ে সেই দৃশ্যটো আপলোড কৰি সেয়া পাকিস্তানৰ কোনো ষ্টেডিয়ামত হোৱা ঘটনা বুলি দাবী কৰিছিল।   Facebook Link Archived Link   আন এক ব্যৱহাৰকাৰীয়েও সেইদৰেই দাবী উত্থাপন কৰিছিল। Facebook Link […]

Continue Reading

বাংলাদেশৰ বাবে ভাৰতৰ ট্ৰেন্সশ্বিপমেণ্টৰ সুবিধা প্ৰত্যাহাৰ সন্দৰ্ভত এক ব্যাখ্যাত্মক লেখা।

পাতনি আমাৰ দেশ ভাৰতবৰ্ষই বাংলাদেশক ভাৰতীয় স্থল শুল্ক ষ্টেচনৰ জৰিয়তে তৃতীয় দেশলৈ সামগ্ৰী ৰপ্তানি কৰাৰ অনুমতি দিয়া ট্ৰেন্সশ্বিপমেণ্ট ফেচিলিটি বাতিল কৰিছে। বাংলাদেশৰ ৰপ্তানি সামগ্ৰীৰ বাবে ভাৰতে এটা গুৰুত্বপূৰ্ণ ট্ৰেন্সশ্বিপমেণ্ট সুবিধা প্ৰত্যাহাৰ কৰিছে, যাৰ ফলত চুবুৰীয়া দেশখনৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব পাৰে। আমাৰ আজিৰ এই লেখাত এই পৰিস্থিতি আৰু ইয়াৰ সম্ভাৱ্য পৰিণতিৰ বিষয়ে কিছু কথা লিখা […]

Continue Reading