সম্পাদিত ভিডিঅ’ জাষ্টিন ট্ৰুডোৰ পদত্যাগ ঘোষণাৰ পাছত জনতাই আনন্দ-উল্লাস প্ৰদৰ্শন কৰাৰ দৃশ্য বুলি ভাইৰেল।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ৬ জানুৱাৰীত প্ৰধানমন্ত্ৰী আৰু লিবাৰেল পাৰ্টিৰ নেতা পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। তেওঁৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ অসন্তুষ্টি আৰু তেওঁৰ চৰকাৰৰ অস্থিৰতা বাঢ়ি আহিছিল। বিশেষকৈ চৰকাৰৰ বিত্তমন্ত্ৰীৰ হঠাৎ পদত্যাগ কৰাৰ পিছত চৰকাৰৰ অস্থিৰতা বৃদ্ধি পালে। এই পৰিস্থিতিৰ বাবে প্ৰধানমন্ত্ৰী ট্ৰুডোৱে সিদ্ধান্ত ল’লে যে তেওঁ আৰু নেতৃত্ব নিদিয়ে। এই প্ৰসংগত ছ’চিয়েল […]

Continue Reading

২০২৪ চনত টাইৱানত হোৱা ভূমিকম্পৰ দৃশ্য তিব্বতৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।

যোৱা ৭ জানুৱাৰীত নেপাল-তিব্বত সীমান্তত হোৱা ৭.১ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। এটা ফেচবুক পেজৰ বাতৰি আমাৰ দৃষ্টিগোচৰ হ’ল য’ত দুখন ফটো সংলগ্ন কৰি এই ভূমিকম্প সম্পৰ্কে বাতৰি পৰিবেশন কৰা হৈছিল। এখন ফটোত এটা প্ৰকাণ্ড অট্টালিকা হেলনীয়া হৈ পৰা দেখা গৈছে আৰু আনখনত কোনো ঘৰৰ খহি পৰা […]

Continue Reading

জাপানৰ ভূমিকম্পৰ পুৰণি ভিডিঅ’ নেপাল-তিব্বত সীমান্তত হোৱা শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

২০২৫ চনৰ ৭ জানুৱাৰীত স্থানীয় সময় অনুসৰি পুৱা ৯:০৫ বজাত তিব্বতৰ এক দুৰ্গম অঞ্চলত হোৱা ৭.১ প্ৰাবল্যৰ ভূমিকম্পত ১২০ জনতকৈ অধিক লোকৰ মৃত্যু হয়। উদ্ধাৰ অভিযান অব্যাহত আছে আৰু উদ্ধাৰ কৰা হৈছে ৪০০ৰো অধিক লোকক। এই পটভূমিত নেপাল-তিব্বত সীমান্তত শেহতীয়াকৈ সংঘটিত হোৱা ভূমিকম্পৰ বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ভূমিকম্পৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। Facebook […]

Continue Reading

পুৰণি সংগতিহীন ভিডিঅ’ ছিৰিয়াত শেহতীয়াকৈ খ্ৰীষ্টান ছোৱালীৰ অপহৰণৰ ঘটনা বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে সেনাবাহিনীৰ পোছাক পৰিহিত এজন লোকে এগৰাকী ছোৱালীক দাঙি লৈ গৈ আছে আৰু লগত আছে  সেনাবাহিনীৰ পোছাক পৰিহিত আন কেইজনমান লোক। দাবী কৰা হৈছে যে ছিৰিয়াৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী ছোৱালী এজনীক ইছলামিক জেহাদীয়ে এইদৰে অপহৰণ কৰি নিছে।  ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ছিৰিয়া দখল কৰাৰ […]

Continue Reading

International Criminal Court আৰু মহম্মদ ইউনুছৰ বিৰুদ্ধে হিন্দু গণহত্যাৰ অভিযোগ। এক আলোচনা

দেখা গৈছে যে শেহতীয়াভাবে অসমৰ ফেচবুক বাংলাদেশৰ অন্তঃৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনিছৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত (ইণ্টাৰনেছনেল ক্ৰিমিনেল কোৰ্ট)ত গণহত্যাৰ অপৰাধত অভিযোগ দিয়া প্ৰসংগটো আলোচিত হৈছে। এগৰাকী ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছে যে- #বাংলাদেশৰ_শাসক মহম্মদ ইউনুচৰ বিৰুদ্ধে #হিন্দু_গণহত্যাৰ_অভিযোগত International Criminal Court/ #ICC ত #গোচৰ_ৰুজু_হৈছে। কিন্ত দুৰ্ভাগ্যজনক কথা হৈছে ICC এ এজন #মুছলমান_অধিবক্তা কৰিম খানক পঠিয়াইছে মহম্মদ ইউনুচক […]

Continue Reading

গাজাৰ এবছৰ পুৰণি ভিডিঅ’ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ঘৰত হিজবুল্লাহৰ শেহতীয়া ড্ৰোণ আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল।

অলপতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হোৱা আমাৰ দৃষ্টিগোচৰ হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে কোনো এক অঞ্চলত বিশাল অট্টালিকা ৰকেটেৰে বিস্ফোৰণ কৰি ধ্বংস কৰা হৈছিল। ভিডিঅ’টোত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ঘৰত হিজবুল্লাহৰ শেহতীয়া ড্ৰোণ আক্ৰমণৰ দৃশ্য দেখুওৱা হোৱা বুলি দাবী কৰা হৈছিল। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ইজৰাইলৰ ওপৰত হেজবুল্লাহৰ আক্ৰমণ।। ইজৰাইলৰ প্ৰধানমন্ত্ৰী […]

Continue Reading

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পুৰণি ভিডিঅ’ ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এটা মিছাইল উৎক্ষেপণৰ কিছু সময়ৰ পাছতে পুনৰ উৎক্ষেপণস্থলীলৈ ঘূৰি আহি বিস্ফোৰিত হৈছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে এয়া ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণৰ দৃশ্য। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  […]

Continue Reading

মৌলৱী এজনে সৰু ল’ৰা এজনৰ ডিঙিৰ তাবিজ চিঙি আঁতৰোৱা এই ঘটনাৰ কোনো সাম্প্ৰদায়িক দিশ নাই।

বাংলাদেশৰ শেহতীয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ বিভিন্ন দল সংগঠনৰ বান সাহায্য বিতৰণৰ বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। কিছুসংখ্যক পোষ্ট সাম্প্ৰদায়িক দিশেৰেও শ্বেয়াৰ কৰা দেখা গৈছে। তেনে ধৰণৰ এটা পোষ্ট আমি ফেচবুকত পালোঁ। পোষ্টটোত এখন ফটো আৰু এটা ভিডিঅ’ সংলগ্ন কৰা হৈছিল। ফটোখনত বাংলাদেশৰ ইস্কন মন্দিৰৰ সদস্যক বান সাহায্য বিতৰণ কৰা দেখা গৈছে। […]

Continue Reading

জাপানৰ পুৰণি ভিডিঅ’ বাংলাদেশৰ শেহতীয়া বানপানীৰ দৃশ্য বুলি ভাইৰেল।

বানপানীৰ মাজত ঘৰৰ চাদত আবদ্ধ কেইগৰাকীমান লোকক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা এক দৃশ্য ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এয়া বাংলাদেশৰ শেহতীয়া বানপানীৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। […]

Continue Reading

ইজৰাইল আৰু ইৰাণৰ মাজত হোৱা শেহতীয়া যুদ্ধৰ দৃশ্য বুলি পুৰণি ভিডিঅ’ ভাইৰেল।

শেহতীয়াকৈ ইৰাণে ইজৰাইলৰ ওপৰত কৰা ড্ৰোণ আৰু ৰকেট আক্ৰমণৰ বিভিন্ন ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এনে সময়তে ফেচবুকত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত কেপশ্বন লিখা আছিল এইদৰে, “ব্ৰেকিং ➡️ ❗ইৰাণ 🇮🇷 মাত্ৰ কেই ঘণ্টাৰ আগতে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰাৰ সময়ত ইজৰাইলৰ লোহাৰ গম্বুজটো বিফল হৈ পৰিল। ➡️❗ইৰাণৰ পিছত য়েমেনে 🇾🇪 ইজৰাইলৰ ওপৰতো নিজৰ ড্ৰোন […]

Continue Reading