২০০৯ চনৰ তামিলনাডুৰ এক পুৰণি ভিডিঅ’ অসমত সেনাৰ কনভয়ৰ ওপৰত আক্ৰমণ বুলি ভাইৰেল।

অলপতে Islamabad Insider নামৰ এক্স হেণ্ডল এটাত এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছিল যে অসমৰ স্থানীয় লোকে সেনাৰ কনভয় এটাত গুৱাহাটীত আক্ৰমণ কৰিছে। ২৫ আৰু ৭ অসম ইউনিটৰ পৰা ৰেইনফ’ৰ্চমেণ্ট ট্ৰুপ নাগালেণ্ডৰ পৰা কাশ্মীৰলৈ যোৱাৰ পথত গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ ওচৰত আক্ৰমণৰ সন্মুখীন হয়। X Link | Archived Link  এই সম্পৰ্কে জানিবলৈ আমি প্ৰাসংগিক […]

Continue Reading

অসমৰ চাহ উদ্যোগৰ বিকাশ আৰু ইয়াৰ কাৰক আৰু প্ৰত্যাহ্বানসমূহঃ এক বিশ্লেষণ।  

পাতনি অসম হৈছে ভাৰতৰ সৰ্ববৃহৎ চাহ উৎপাদক ৰাজ্য। বৰ্তমান চাহ উদ্যোগত এক উল্লেখযোগ্য বিকাশৰ সন্মুখীন হৈছে অসম। ইয়াৰ শক্তিশালী, মেল্টী সোৱাদৰ ক’লা চাহৰ বাবে পৰিচিত অসমে ভাৰতৰ মুঠ চাহ উৎপাদনৰ ৫০% তকৈ অধিক অৱদান আগবঢ়ায় আৰু লাখ লাখ কামাৰীক নিয়োগ প্ৰদান কৰে। উৎপাদন, ৰপ্তানি আৰু ঘৰুৱা চাহিদাৰ এই হঠাৎ বৃদ্ধিয়ে এই খণ্ডটোক নতুন জীৱন দান […]

Continue Reading

বাংলাদেশৰ বাবে ভাৰতৰ ট্ৰেন্সশ্বিপমেণ্টৰ সুবিধা প্ৰত্যাহাৰ সন্দৰ্ভত এক ব্যাখ্যাত্মক লেখা।

পাতনি আমাৰ দেশ ভাৰতবৰ্ষই বাংলাদেশক ভাৰতীয় স্থল শুল্ক ষ্টেচনৰ জৰিয়তে তৃতীয় দেশলৈ সামগ্ৰী ৰপ্তানি কৰাৰ অনুমতি দিয়া ট্ৰেন্সশ্বিপমেণ্ট ফেচিলিটি বাতিল কৰিছে। বাংলাদেশৰ ৰপ্তানি সামগ্ৰীৰ বাবে ভাৰতে এটা গুৰুত্বপূৰ্ণ ট্ৰেন্সশ্বিপমেণ্ট সুবিধা প্ৰত্যাহাৰ কৰিছে, যাৰ ফলত চুবুৰীয়া দেশখনৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব পাৰে। আমাৰ আজিৰ এই লেখাত এই পৰিস্থিতি আৰু ইয়াৰ সম্ভাৱ্য পৰিণতিৰ বিষয়ে কিছু কথা লিখা […]

Continue Reading

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী। এক প্ৰতিবেদন। 

পাতনি অলপতে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক অসম আৰক্ষীয়ে প্ৰথমে আটক আৰু তাৰ পাছত গ্ৰেপ্তাৰ কৰা ঘটনাৰ পাছত গুৱাহাটীৰ সাংবাদিক সমাজকে ধৰি অসমৰ ভিন্ন প্ৰান্তৰ সাংবাদিক সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰৰ অধীন এপেক্স বেংকলৈ গৈ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ সৈতে বাতৰি সংক্ৰান্তত কথা পতাৰ পাছতেই তেওঁক আৰক্ষীয়ে আটক কৰি নি কেইবাঘণ্টাও […]

Continue Reading

অসমৰ নামৰূপত স্থাপন হ’বলগীয়া ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া কমপ্লেক্স সম্পৰ্কে সবিশেষ।

পাতনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অসমৰ নামৰূপত থকা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড (BVCL)ত নতুন ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া কমপ্লেক্স স্থাপনৰ বাবে অনুমোদন জনাইছে। এই সুবিধাৰ বাৰ্ষিক উৎপাদন ক্ষমতা ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া আৰু এয়া বিভিএফচিএলৰ বৰ্তমানৰ চৌহদৰ ভিতৰতে সম্পন্ন কৰা হ’ব। প্ৰকল্প ব্যয় ইয়াৰ আনুমানিক প্ৰকল্প ব্যয় হৈছে ১০,৬০১.৪০ কোটি টকা অৰ্থাত ১.২৩ […]

Continue Reading

অসম চৰকাৰৰ এই কাৰ্যকালৰ অন্তিমখন বাজেটঃ কি কি ঘোষণা কৰিছে চৰকাৰে। 

পাতনি যোৱা ১০ মাৰ্চ ২০২৫.সোমবাৰে অসমৰ বিত্তমন্ত্রী অজন্তা নেওগে সদনত দাখিল কৰে অসম চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ বাজেট । আগন্তুক বৰ্ষৰ বাজেটখনত বহুকেইটা উল্লেখযোগ্য ঘোষণা কৰা হৈছে । বাজেটখনক লৈ বিভিন্ন মহলত বিভিন্ন আলোচনা হোৱা পৰিলক্ষিত হৈছে। আমাৰ এই লেখাত আমি বাজেটখনৰ প্ৰধান ঘোষণাসমূহ সামৰি ল’বলৈ যতন কৰিছোঁ। আহকচোন চাওঁ কি কি আছে এই বাজেটত। […]

Continue Reading

প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা সম্পৰ্কত সামাজিক মাধ্যমত ভাইৰেল হোৱা মিছা খবৰৰ সত্যতা নিৰূপণসমুহৰ এক সংকলিত লেখা।  

প্ৰস্তাৱনা শেহতীয়াকৈ অন্ত পৰিছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজিত পূৰ্ণ মহাকুম্ভ মেলা। ১৪৪ বছৰৰ অন্তত এই পূৰ্ণ মহাকুম্ভ মেলাৰ আয়োজন কৰা হয়। সাধাৰণতে প্ৰতিবছৰেই কুম্ভমেলাৰ আয়োজন কৰা হয়। তাক কোৱা হয় অৰ্ধকুম্ভ, দুই বছৰৰ অন্তত আয়োজয় কৰা হয় কুম্ভমেলা, ১২ বছৰৰ মুৰত আয়োজিত হয় মহা কুম্ভমেলা আৰু এইদৰে ১২ বছৰৰ অন্তত আয়োজিত মহাকুম্ভ মেলা ১২বাৰ আয়োজন […]

Continue Reading

বিজেপিয়ে দিল্লীৰ শাসনভাৰ গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আম্বেদকাৰ আৰু ভগত সিঙৰ প্ৰতিকৃতি আঁতৰাই পেলোৱা প্ৰসংগত এক বিৱৰণাত্মক আলোচনা। 

প্ৰস্তাৱনা শেহতীয়াকৈ দিল্লীত চৰকাৰ সলনি হোৱাৰ পাছত একাধিক বিষয়ে অভিযোগ-প্ৰতি অভিযোগৰ ৰূপ লৈ সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত ব্যাপক ৰূপত আলোচিত হৈছে। বিশেষকৈ নৱ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক কেন্দ্ৰ কৰি আনকি ভুৱা প্ৰচাৰো দেখা গৈছে। যোৱা ২৬ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে এই বিষয়ত পোষ্ট কৰা দেখা গৈছে। লিখিছেঃ ক্ষমতা পায়েই বিজেপিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ […]

Continue Reading

আমাৰ দেশৰ সংসদ আৰু সাংসদৰ নিৰাপত্তা ব্যৱস্থা আৰু অসমৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত চলা আক্ৰমণ প্ৰসংগত কিছু আলোচনা।

প্ৰস্তাৱনা শেহতীয়াকৈ যোৱা ২০ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ ৰূপহী নামৰ ঠাইটুকুৰাত সংঘটিত এটা ঘটনাই সমগ্ৰ অসমতেই চৰ্চা আৰু সমালোচনাৰ কাৰক হোৱাৰ সমান্তৰালকৈ ৰাজ্য আৰু দেশৰ সংবাদ মাধ্যমৰো মুখ্য বাতৰি হিচাপে পৰিগণিত হৈছে। সেয়া হৈছে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ, অসমৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ওপৰত হোৱা শাৰীৰিক আক্ৰমণ। নিজ পুত্ৰ তথা ৰাজনীতিক তাঞ্জিল হুছেইন তথা অন্য […]

Continue Reading

KIIT বিশ্ববিদ্যালয়ৰ বিতৰ্কঃ নেপালী ছাত্ৰীৰ আত্মহত্যা; কৰ্তৃপক্ষৰ কাৰ্য-ব্যৱস্থা আৰু শেহতীয়া স্থিতি। 

প্ৰস্তাৱনা দেশৰ বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত ছাত্ৰ বা ছাত্ৰীৰ আত্মহত্যাৰ খবৰে মাজে সময়ে সংবাদ শিৰোণাম দখল কৰি অহা পৰিলক্ষিত হয়। আনকি আমাৰ অসমৰো বিভিন্ন প্ৰতিষ্ঠানত এইধৰণ ঘটনাৰ খবৰ পূৰ্বেও চৰ্চা লাভ কৰিছিল। আনকি আইআইটি গুৱাহাটীত এইধৰণে ছাত্ৰই আত্মহত্যা কৰাৰ খবৰ আমি লাভ কৰিছিলোঁ। শিক্ষা প্ৰতিষ্ঠান একোখনত বিভিন্ন কাৰণত মানসিক কষ্ট লাভ কৰি ছাত্ৰ বা ছাত্ৰীয়ে […]

Continue Reading