গজ মিত্ৰ আঁচনিৰ বিষয়ে এক আলোচনা

গজ মিত্ৰ আঁচনি কি?  গজ মিত্ৰ আঁচনি (Gajah Mitra Scheme) হৈছে চৰকাৰৰ এনে এক উদ্যোগ, যাৰ মূল লক্ষ্য হৈছে হাতী আৰু মানুহৰ মাজত হোৱা সংঘৰ্ষ (Human-Elephant Conflict) হ্ৰাস কৰোৱা। এই আঁচনিৰ জৰিয়তে স্থানীয় লোকক হাতীৰ সৈতে সহ-অবস্থানৰ বাবে সজাগ কৰি তোলা আৰু হাতীৰ সংৰক্ষণত সহায় কৰা হয়।   কিয় এই আঁচনি গুৰুত্বপূৰ্ণ?   অসমৰ দৰে ৰাজ্যত […]

Continue Reading

১৯ জুলাইৰ ভাৰতবন্ধ আৰু অসমৰ চকা বন্ধঃ এক আলোচনা।  

পাতনি বেংকিং আৰু বীমাৰ পৰা আৰম্ভ কৰি ডাক সেৱা, কয়লা খনন, ঘাইপথ নিৰ্মাণ, আদি খণ্ডত নিয়োজিত ২৫ কোটিতকৈ অধিক শ্ৰমিকে  ৯ জুলাই,২০২৫,বুধবাৰে দেশজুৰি সাধাৰণ ধৰ্মঘট কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত সমগ্ৰ দেশতে প্ৰায় সকলো সেৱাত ব্যাঘাত জন্মিব পাৰে। এই ​​ভাৰতবন্ধ কিয়? ১০টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু তেওঁলোকৰ সহযোগীসকলৰ এখন মঞ্চই চৰকাৰৰ শ্ৰমিক বিৰোধী, কৃষক বিৰোধী […]

Continue Reading

অসম আৰু মেঘালয়ৰ মাজৰ হাহিম সীমা বিবাদঃ এক আলোচনা।

হাহিম সীমা বিবাদ কি? হাহিম (Hahim) হ’ল অসমৰ কামৰূপ জিলা আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ মাজত অৱস্থিত এক বিতৰ্কিত সীমান্ত অঞ্চল। এই অঞ্চলত দুয়ো ৰাজ্যৰ মাজত সীমা নিৰ্ধাৰণক লৈ কেইবা দশকজুৰি বিবাদ চলি আহিছে।   কিয় হৈছে বিবাদ? ১৯৭২ চনত মেঘালয় ৰাজ্য গঠন হোৱাৰ সময়তেই এইধৰণৰ সীমাৰ অস্পষ্টতা আছিল। অসমে ঐতিহাসিক ভূ-প্ৰশাসনিক মানচিত্ৰৰ ভিত্তিত সীমা […]

Continue Reading

 এতিয়াৰ পৰা প্ৰাপ্তবয়স্কৰ আধাৰ কেৱল জিলা আয়ুক্তই হে দিব পাৰিবঃ এক আলোচনা।

পাতনি শেহতীয়াভাৱে অসম চৰকাৰে আধাৰ প্ৰদানৰ ক্ষেত্ৰত কিছু ব্যৱস্থা কটকটীয়া কৰি তুলিছে। অবৈধ অনুপ্ৰৱেশকাৰীয়ে ভাৰতীয় আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰাকৈয়ে এই ব্যৱস্থা কৰি তুলিছে। এতিয়া জিলা উপায়ুক্তসকলেহে প্ৰাপ্তবয়স্ক লোকক আধাৰ কাৰ্ড প্ৰদানৰ বাবে দায়বদ্ধ হ”ব। এই সিদ্ধান্তৰ লক্ষ্য হৈছে নিৰাপত্তা বৃদ্ধি আৰু ৰাজ্যৰ জনগাঁথনিগত স্থিতিক সুৰক্ষিত কৰা। এই বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত […]

Continue Reading

অসমত বাঢ়ি অহা তাপমাত্ৰাৰ কাৰণ আৰু প্ৰভাৱ

পাতনি অসম তথা উত্তৰ পূৰ্বাঞ্চল বুলি ক’লে সাধাৰণতে আমাৰ দেশৰ উত্তৰ অংশতকৈ তুলনামূলকভাৱে কম তাপমাত্ৰাৰ এক বিস্তৃত অঞ্চল বুলি প্ৰসিদ্ধ। কিন্তু শেহতীয়াকৈ সেই প্ৰসিদ্ধি যেন ক্ৰমাগতভাৱে মোলান পৰিবলৈ ধৰিছে। বৰ্তমান অসমত অসহনীয় গৰমে জনজীৱন অস্থিৰ কৰি তুলিছে। বিগত কেইবাদিনো ধৰি ৰাজ্যখনত দিনৰ তাপমাত্ৰা স্বাভাৱিকতকৈ ৩ৰ পৰা৫°চেণ্টিগ্ৰেড বেছি হৈ আছে। কোনো কোনো অঞ্চলত ৩৪ৰ পৰা ৩৬° […]

Continue Reading

অসমৰ বানপানী: কাৰণ, পৰিণাম, ক্ষতি আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া

পাতনি   বৰ্ষাকালত অসমত বানপানী হৈয়েই থাকে, কিন্তু ২০২৫ চনৰ বানপানীয়ে আকৌ এবাৰ অসমবাসীক কঠোৰ পৰীক্ষাৰ সন্মুখীন কৰোৱাছে। এই বানপানীয়ে হাজাৰ হাজাৰ লোকক গৃহহীন কৰিছে, জীৱ-জন্তু, খেতি-বাতি আৰু সা-সম্পত্তিৰ অপৰিমেয় ক্ষতি সাধন কৰিছে। এই লেখাত আমি এই বানপানীৰ কাৰণ, পৰিণাম, ক্ষতি আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া সম্পৰ্কে সংক্ষিপ্তকৈ আলোচনা কৰিম।   অসমৰ বানপানীৰ মূল কাৰণ:   ১. বৰষুণৰ বৃদ্ধি: এইবাৰৰ […]

Continue Reading

বিভিন্ন পুৰণি আৰু সংগতিহীন দৃশ্যকে ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰৰ দৃশ্য বুলি বিগত সময়চোৱাত প্ৰচাৰ কৰা হৈছিল। 

চলিত মাহৰ ৬ তাৰিখে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰ আৰম্ভ কৰাৰ লগে লগেই সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ সেই অপাৰেচনৰ বুলি দাবী কৰি প্ৰচাৰ হোৱা আৰম্ভ হৈছিল। আনকি কোনো কোনো সংবাদ প্ৰতিষ্ঠানেও কিছুমান ভিডিঅ’ অপাৰেচন সিন্দূৰৰ বুলি দাবী কৰি প্ৰচাৰ কৰিছিল। আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই তেনেকুৱা বহুসংখ্যক ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰি সেই ভিডিঅ’বোৰনো প্ৰকৃততে […]

Continue Reading

বাংলাদেশৰ চিকেনছ্ নেক্ বিতৰ্ক? এক সংক্ষিপ্ত আলোচনা।

পাতনি সাম্প্ৰতিক সময়ত বাংলাদেশৰ চিকেনছ্ নেক বিতৰ্কই বিশ্বৰ দৃষ্টি আকৰ্শন কৰিছে। এই বিতৰ্কত আমাৰ ৰাজ্য অসম তথা উত্তৰ পূৰ্বাঞ্চলো সাঙোৰ খাইছে। এই বিতৰ্কৰ গভীৰলৈ সোমাই যাবৰ বাবে প্ৰথমে আমি চিকেনছ্ নেক বুলিলে প্ৰকৃততে কোনখিনি ভূখণ্ডক বুজোৱা হয় সেই কথা জানি ল’ব লাগিব। আমাৰ এই আলোচনাত পৰ্যাপ্ত সংক্ষিপ্ততাৰে এই বিষয়টো সামৰি ল’বলৈ যতন কৰা হৈছে।  চিকেনছ্ […]

Continue Reading

মেঘালয়ৰ পাহাৰ কাটি পৰিৱেশ ধ্বংসৰ সমস্যা: এটা বিশ্লেষণ

মেঘালয়, যাক “মেঘৰ আলয় বা ঘৰ” বুলি কোৱা হয়, তাত বৰ্তমান পাহাৰ কাটি পৰিৱেশ ধ্বংসৰ এক গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাই কেৱল প্ৰাকৃতিক সৌন্দৰ্য্য হে ধ্বংস কৰা নাই, ইয়াৰ দ্বাৰা মাটিৰ গঠন, আৰু স্থানীয় জনজীৱনো প্ৰভাৱিত হৈছে। সম্প্ৰতি, ভাৰতৰ উচ্চতম ন্যায়ালয়ে (Supreme Court) এই সমস্যাৰ সমাধানৰ বাবে এক বিশেষ কমিটি গঠন কৰিছিল। এই লেখত […]

Continue Reading

সিন্ধু জল সন্ধি (Indus Waters Treaty)ঃ অতীত আৰু বৰ্তমান

প্ৰস্তাৱনা যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে ৬৫ বছৰীয়া সিন্ধু জল সন্ধি (Indus Waters Treaty) স্থগিত ৰাখে। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই বিধানসভাৰ এক বিশেষ অধিৱেশনত কয়, ‘এয়া কেৱল এখন ৰাজ্যৰ লোকৰ ওপৰত আক্ৰমণ নাছিল — ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা হৈছিল।এই আক্ৰমণৰ ফলত সমগ্ৰ ভাৰতৰ পৰা, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে, কেৰালাৰ […]

Continue Reading