অসমৰ সাম্প্ৰতিক গ্ৰীষ্ম প্ৰৱাহঃ এক উদ্ৰেগৰ বিষয়
ভূমিকা বৰ্তমান সময়ত অসমত গ্ৰীষ্ম প্ৰৱাহে (Heat Wave) ভয়াবহ ৰূপ ধাৰণ কৰিছে। গৰমৰ প্ৰকোপ দিনক দিনে বাঢ়ি অহা দেখা গৈছে, যাৰ ফলত মানুহৰ দৈনন্দিন জীৱন ব্যাহত হৈছে। সাধাৰণতে অসমত এপ্ৰিল-মে’ মাহত গৰম বেছি অনুভৱ হয়, কিন্তু বৰ্তমান এই গৰম অসহনীয় হৈ পৰিছে। ইয়াৰ প্ৰধান কাৰণ হ’ল জলবায়ু পৰিৱৰ্তন, বনাঞ্চল ধ্বংস কৰা, নগৰীকৰণ আদি। অসমত বৰ্তমান […]
Continue Reading