পাকিস্তানৰ সংসদৰ ভিতৰত গাধ সোমোৱা দৃশ্যটো আচলতে AI Generated.

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক পেজ আৰু একাউণ্টত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’টোত দেখা গৈছে যে এক সংসদৰ ভিতৰত হঠাতে এটা গাধ তীব্ৰগতিত প্ৰৱেশ কৰিছে আৰু চকীত বহি থকা একাংশ লোক বাগৰি পৰিছে। ভিডিঅ’টো পাকিস্তানৰ সংসদ ভৱনৰ ভিতৰৰ বুলি দাবী কৰা হৈছে।  Facebook Link Archived Link Facebook Link Archived Link ইউটিউৱতো একেই দাবীৰে সেই […]

Continue Reading

হায়দৰাবাদৰ পুৰণি দৃশ্যকে শ্ৰীলংকাৰ শেহতীয়া দ্বিতৱাহৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ শ্ৰীলংকাৰ দ্বিতৱাহ নামৰ ঘূৰ্ণীবতাহ আৰু বৰষুণৰ ফলত সৃষ্টি হোৱা দুৰ্যোগক কেন্দ্ৰ কৰি অসমৰ সামাজিক মাধ্যমতো কিছুমান ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এটা ফেচবুক পেজত শ্ৰীলংকাৰ দ্বিতৱাহ ঘূৰ্ণীবতাহ আৰু তাৰ প্ৰভাৱ সম্পৰ্কত পৰিবেশিত এক ভিডিঅ’বাৰ্তাত কেইখনমান আলোকচিত্ৰ ব্যৱহাৰ কৰা হৈছে। সেয়া শ্ৰীলংকাৰ দৃশ্য বুলি দাবী কৰা হৈছে। তাৰে এখন বিশেষ আলোকচিত্ৰত আমাৰ দৃষ্টি নিৱদ্ধ […]

Continue Reading

AI Generated দৃশ্যৰে শ্ৰীলংকাত বানৰ মাজত হাতীৰ পিঠিত নাহৰফুটুকী উঠা বুলি মিছাকৈ দাবী কৰা হৈছে।  

শেহতীয়াকৈ শ্ৰীলংকাৰ দ্বিতৱাহ নামৰ ঘূৰ্ণীবতাহ আৰু বৰষুণৰ ফলত সৃষ্টি হোৱা দুৰ্যোগক কেন্দ্ৰ কৰি অসমৰ সামাজিক মাধ্যমতো কিছুমান ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। একাংশ ফেচবুক পেজত এটা দৃশ্য দেখা গৈছে যে বানৰ মাজত এটা হাতী আৱদ্ধ হৈ আছে আৰু হাতীটোৰ ওপৰত এটা নাহৰফুটুকী বাঘ বহি আছে। দাবী কৰা হৈছে যে সেয়া দুৰ্গত শ্ৰীলংকাৰ দৃশ্য।   Facebook […]

Continue Reading

AI Generated পুৰণি দৃশ্যকে ইথিওপিয়াৰ আগ্নেয়গিৰি উদ্গিৰণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া যোৱা ২৩ নৱেম্বৰ ২০২৫ত ইথিওপিয়াত হোৱা হেইলি গুব্বি আগ্নেয়গিৰি ভয়ংকৰ উদ্গিৰণৰ দৃশ্য।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰিলোঁ। […]

Continue Reading

২০২৩চনৰে পুৰণি ভিডিঅ’ এটা শেহতীয়াকৈ জোহৰাণ মামদানীৰ মেয়ৰ হিচাপে বিজয়ী হোৱাৰ পাছৰ বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে জোহৰাণ মামদানীয়ে নিউয়ৰ্কৰ মেয়ৰ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত মুছলমান ব্যক্তি এজনে আমেৰিকাৰ পাতাকা আঁতৰাই দিছে।    Facebook Link Archived Link একেই দাবী আমি ইনষ্টাগ্ৰামতো পালোঁ। Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  […]

Continue Reading

জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ দৃশ্যকে বিহাৰৰ প্ৰতিবাদ বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ  এটা ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেই দৃশ্য বিহাৰৰ। দাবী কৰা হৈছে যে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ এই বিশাল প্ৰতিবাদ দেখা গৈছিল বিহাৰত । ১৭ নৱেম্বৰ ২০২৫ত কৰা পোষ্টটোত লিখিছেঃ- সীমাহীন প্ৰতিবাদী মিচিল | নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ এই বিশাল প্ৰতিবাদ […]

Continue Reading

এয়া বিহাৰৰ কোনো কলেজৰ নহয়, দিল্লীৰ বিশ্ববিদ্যালয়ৰ অধীনৰ শ্ৰীভেংকটেশ্বৰা কলেজৰহে দৃশ্য।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো বিহাৰৰ। ভিডিঅ’টোত দেখা যায় যে এটি শ্ৰেণীকোঠাত বহুকেইগৰাকী ছাত্ৰী বহি আছে আৰু তাত এটি কুকুৰ সোমাই আহিছে। ব্যৱহাৰকীৰগৰাকীয়ে ভিডিঅ’টোত কৈছে যে সেয়া বিহাৰৰ এখন কলেজ য’ত পৰীক্ষা নিয়ন্ত্ৰণ কৰিবলৈ কুকুৰ ব্যৱহাৰ কৰা হয়।    Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? […]

Continue Reading

ইউনাইটেড কিংডমৰ ৰয়েল এয়াৰ ফৰ্চৰ ভিডিঅ’ গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব’ৰ দৃশ্য বুলি ভাইৰেল।

ভাৰতীয় বায়ু সেনাৰ ৯৩ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানৰ অংশ হিচাপে যোৱা ৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত এয়াৰ শ্ব’ অর্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হয়। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে য’ত দাবী কৰা হৈছে যে সেয়া গুৱাহাটীৰ লাচিত ঘাটত ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব’ত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ দৃশ্য। Facebook […]

Continue Reading

২০১৯ চনৰে দৃশ্যক ৯ নৱেম্বৰত গুৱাহাটীত হোৱা বায়ুসেনাৰ প্ৰদৰ্শনৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।   

৯ নৱেম্বৰ ২০২৫ দেওবাৰে গুৱাহাটীৰ লাচিত ঘাটত ভাৰতীয় বায়ুসেনাই এক বিশেষ বিমান উৰণ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ন কৰে। তাৰে পৰিপ্ৰেক্ষিতত অসমৰ সামাজিক মাধ্যমত কিছুমান দৃশ্য ভাইৰেল হৈ পৰিছে।  অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ৯ নৱেম্বৰৰ প্ৰদৰ্শনৰ দৃশ্য আৰু সেয়া সদ্য প্ৰয়াত জুবিন গাৰ্গলৈ বুলি এক শ্ৰদ্ধাঞ্জলি।  Facebook Link […]

Continue Reading

বিদেশৰ এই সংগীতৰ দলটোৱে জুবিন গাৰ্গৰ গীতৰ সুৰ বজোৱা নাছিল। কি বজাইছিল জানো আহক।  

শেহতীয়াকৈ  অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে বিদেশত এটা সংগীত শিল্পীৰ দলে জুবিন গাৰ্গৰ গীতৰ সুৰ বজাইছে। ভিডিঅ’টোত দেখা গৈছে যে এক বিশেষ যন্ত্ৰত উঠি কেইগৰাকীমান সংগীত শিল্পীয়ে চেক্স’ফোন, গীটাৰ, ড্ৰাম আদি বজাইছে আৰু আৱহত শুনা গৈছে হিয়া দিয়া নিয়া নামৰ অসমীয়া চিনেমাখনত জুবিন গাৰ্গৰ সংগীত পৰিচালনা আৰু কণ্ঠেৰে […]

Continue Reading