২০২৩ৰ চেন্নাই বিমানবন্দৰৰ দৃশ্য ১৯ আগষ্ট ২০২৫ৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা বান পৰিস্থিতিৰ দৃশ্য। সেই ভিডিঅ’টো ১৯ আগষ্ট ২০২৫ত আপলোড কৰা হৈছে আৰু সেয়া সিদিনাৰ দৃশ্য বুলি দাবী কৰা হৈছে।  Facebook Link Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

গুজৰাটৰ প্ৰথম টেলিফোন সংযোগ সবৰমতী আশ্ৰমত কৰা হৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত মহাত্মা গান্ধীয়ে টেলিফোনত কথা পাতি থকা এখন ফটো ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে গুজৰাটৰ প্ৰথম টেলিফোনটো সবৰমতী আশ্ৰমত মহাত্মা গান্ধীৰ টেবুলত স্থাপন কৰা হৈছিল।  ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “গুজৰাটৰ প্ৰথম টেলিফোনটো কোনো ডাঙৰ উদ্যোগপতি বা মিলৰ মালিকৰ ঘৰত নহয়, সাবৰমতী আশ্ৰমৰ গান্ধীজীৰ টেবুলতহে স্থাপন কৰা হৈছিল আৰু এই […]

Continue Reading

জেছিকা ৰেডক্লিফ নামৰ ট্ৰেইনাৰ গৰাকীক ওৰ্কাই হত্যা কৰা ভিডিঅ’টো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা 

শেহতীয়াকৈ অসমৰ বহু কেইগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে আমেৰিকাৰ জেছিকা নামৰ যুৱতী এগৰাকীক তেওঁৰ দ্বাৰাই প্ৰশিক্ষিত এটি ওৰ্কা তিমিয়ে হত্যা কৰিছে। ইতিমধ্যেই আমাৰ দেশৰ অন্য প্ৰান্তৰ লগতে বিশ্বৰ বিভিন্ন স্থানতো সেই দাবীটো চৰ্চিত হোৱা আমাৰ চকুত পৰিছে। জেছিকা ৰেডক্লিফ নামৰ এগৰাকী ট্ৰেইনাৰক এটি মনোৰঞ্জনমূলক অনুষ্ঠানৰ মাজতে তেওঁৰেই মৰমৰ পোহনীয়া ওৰ্কাটোৱে […]

Continue Reading

ফিলিপাইনৰ পুৰণি ভিডিঅ’ উত্তৰাখণ্ডৰ শেহতীয়া বান আৰু ভূমিস্খলনৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ উত্তৰাখণ্ডত হোৱা ভূমিস্খলনৰ দৃশ্য বুলি ছ’চিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ হোৱা দেখা গৈছে। ভিডিঅ’টোত পাহাৰৰ পৰা বোকা-শিল-পানীৰ ঢল বৈ অহা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া উত্তৰাখণ্ডৰ গড়ৱালৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ উত্তৰাখণ্ডৰ শেহতীয়া বানৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভূমিস্খলনৰ দুটা ভিন্ন দৃশ্যাংশ সংলগ্ন এটা ভিডিঅ’ ভাইৰেল হৈছে। দাবী কৰা হৈছে যে সেয়া উত্তৰাখণ্ডত হোৱা শেহতীয়া বান আৰু ভূমিস্খলনৰ দৃশ্য। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  প্ৰথমে আমি ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। প্ৰথম দৃশ্যাংশ […]

Continue Reading

এটি হাতীয়ে শিশু এটি উদ্ধাৰ কৰি অভিভাৱক দিয়া ভিডিঅ’টো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া এটি হাতীয়ে শিশু এটিক উদ্ধাৰ কৰি অভিভাৱকৰ হাতত তুলি দিয়া সঁচা দৃশ্য।   Facebook Link Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ বাবে আমি ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰি দেখিলোঁ […]

Continue Reading

ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ মন্তব্য বুলি ভুৱা পোষ্ট ভাইৰেল।

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব বুলি ঘোষণা কৰিছে। তেওঁ সকীয়াই দিয়ে যে ভাৰতে ৰাছিয়াৰ তেল আৰু অস্ত্ৰ ক্ৰয়ৰ বাবেও জৰিমনাৰ সম্মুখীন হ’ব। এই পটভূমিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নামত এক ছ’চিয়েল মিডিয়া পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পোষ্টটোত লিখা আছে, “আমাৰ […]

Continue Reading

এই ফটোখন ৰাছিয়াৰ কামছাটকাৰ নহয়। বৰং হাৱাইৰ ক্ৰেটাৰ ৰিম ড্ৰাইভৰহে। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা ২৯জুলাই ২০২৫ত ৰাছিয়াৰ কামছাটকা অঞ্চলত হোৱা প্ৰৱল ভূমিকম্পৰ এটা বাতৰি প্ৰকাশ কৰি তাত এখন ফটো ব্যৱহাৰ কৰা হৈছে। দাবী কৰা হৈছে যে সেইখন কামছাটকাৰ ভূমিকম্পৰ পাছৰ ফটো। Facebook Link Archived Link  ফেচবুক পোষ্টটোৰ লগত সংলগ্ন ৱেবছাইটৰ বাতৰিটোতো একেখন ফটোকে ব্যৱহাৰ কৰা হৈছে।  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

এই ভিডিঅ’টো ২০২৩চনৰ আগষ্টৰে। ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ সৈতে কোনো সম্পৰ্ক নাই।  

যোৱা ৩১ জুলাই ২০২৫ত অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখুওৱাৰ দৰে ৰাছিয়াত যোৱা ২৯ জুলাইত হোৱা ভূমিকম্পৰ পূৰ্বে মাজ সাগৰৰ পৰা কেইটামান বেলুগা তিমি মাছ পাৰলৈ উঠি আহিছিল আৰু ভূমিকম্পৰ আগজাননী দিছিল। Facebook Link Archived Link Facebook Link Archived Link ১ আগষ্ট ২০২৫তো একেধৰণৰ দাবীৰে এটা ফেচবুক ৰীল […]

Continue Reading

এই ভিডিঅ’টোত থকা এটা দৃশ্যও ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ নহয়। 

যোৱা ৩০ জুলাই ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখুওৱা দৃশ্যসমূহ ৰাছিয়াত হোৱা শেহতীয়া ৮.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ সময় দৃশ্য। ৩০ চেকেণ্ডৰ এই ভিডিঅ’টোত মুঠ ছয়টা ভিন্ন দৃশ্য আছে। ভিডিঅ’টোত টেক্সট ওভাৰলে’ কৰি সেই দৃশ্যসমূহ ২৯জুলাইৰ ৰাছিয়াৰ ভূমিকম্পৰ সময়ৰ বুলি দাবী কৰিছে। লিখিছে- ৰাছিয়াত যোৱা কালি হোৱা ৮.৮ […]

Continue Reading