পিজ্জা ডেলিভাৰী বয়ৰ ভাইৰেল ভিডিঅ’টো আচলতে এটা প্ৰেংক বা ধেমেলীয়া ভিডিঅ’হে আছিল। 

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে ভিডিঅ’টো সত্য। দেখা গৈছে যে এগৰাকী যুৱতীয়ে তেওঁৰ স্কুলীয়া সহপাঠীক এজন পিজ্জা ডেলিভাৰী বয় হিচাপে বাটত লগ পায় আৰু কয় যে তেওঁ ৩০ বছৰীয়া হৈছে আৰু এতিয়া পিজ্জা ডেলিভাৰী বয় হিচাপে কাম কৰি আছে। স্কুলীয়া দিনত সেই যুৱকজনে এই যুৱতীগৰাকীসহিতে অন্য সহপাঠীক প্ৰেৰণামূলক […]

Continue Reading

ডেনমাৰ্কৰ সংসদত জীৱ-জন্তু ক্ৰয়ক লৈ হোৱা আলোচনাকেন্দ্ৰীক দৃশ্যকে ট্ৰাম্পৰ শান্তিৰ নবেল সম্পৰ্কত মিছাকৈ প্ৰচাৰ কৰা হৈছে।   

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শান্তিৰ নোবেল বঁটাৰ দাবী কৰাৰ পাছত ডেনমাৰ্কৰ সংসদত সাংসদ সকলে হাঁহি হাঁহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকছনে কোনো এটা কথাত নিজৰ হাঁহি ৰখাব পৰা নাই আৰু তাৰ পাছতে সংসদত বহি থকা […]

Continue Reading

ইউটিউবাৰৰ ভিডিঅ’ৰ দৃশ্যকে ইউক্ৰেইনৰ খেতিপথাৰত যুদ্ধ টেংক ব্যৱহাৰ হোৱা বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা বিশেষ ভিডিঅ’ আপলোড কৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এখন যুদ্ধত ব্যৱহৃত টেংকেৰে খেতি মাটি চহোৱা হৈছে। দাবী কৰা হৈছে যে সেইখন ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত ব্যৱহৃত এখন Chieftain যুদ্ধ টেংক ইউক্ৰেইনত খেতি চহোৱাত ব্যৱহৃত হৈছ। লিখা হৈছে- ৰাছিয়া-ইউক্ৰেইন যু*দ্ধত ব্যৱহৃত ৰুছি Chieftain যু*দ্ধ টেংক ইউক্ৰেইনত ব্যৱহৃত হ’ল […]

Continue Reading

২০১৯ৰ ডেনমাৰ্কৰ সংসদৰ দৃশ্যকে ২০২৬ৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে।   

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে গ্রীনলেণ্ডক দখল কৰিব বুলি দিয়া ধমকৰ পাছত ডেনমাৰ্কৰ সংসদত সাংসদ সকলে হাঁহি হাঁহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকছনে কোনো এটা কথাত নিজৰ হাঁহি ৰখাব পৰা নাই আৰু তাৰ পাছতে সংসদত বহি […]

Continue Reading

ভিবিএছএছ প্ৰশিক্ষণ চলোৱা দৃশ্যকে বেলা ১ দখলৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে।   

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া আমেৰিকাৰ বিশেষ বাহিনীয়ে ৰাছিয়াৰ তেল টেংকাৰ ‘বেলা ১’ দখল কৰাৰ দৃশ্য।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত […]

Continue Reading

নাইট ষ্টকাৰৰ পুৰণি ভিডিঅ’কে আমেৰিকাৰ শেহতীয়া ভেনিজুৱেলা আক্ৰমণৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে।  

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই দৃশ্য আমেৰিকাই যোৱা ৩জানুৱাৰী ২০২৬ত ভেনিজুৱেলাত আক্ৰমণ কৰা সময়ৰ।  Facebook Link  Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি […]

Continue Reading

AI Generated ফটোৰে নিকোলাছ মাডুৰোক বন্দী কৰা বুলি দাবী কৰা হৈছে।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত তিনিখন ফটো আপলোড কৰি দাবী কৰা হৈছ যে সেয়া আমেৰিকাৰ দ্বাৰা শেহতীয়াকৈ বন্দী কৰোৱা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোৰ ফটো। Facebook Link Archived Link ইনষ্টাগ্ৰামতো একেই দাবীৰে সেই ফটোকেইখন আপলোড কৰা হৈছিল।  Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  […]

Continue Reading

আমেৰিকান সেনাৰ বিশেষ কমাণ্ড কেপেবিলিটি এক্সাৰচাইজৰ পুৰণি দৃশ্যকে ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ শেহতীয়া অভিযানৰ  বুলি দাবী কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া আমেৰিকাই শেহতীয়াভাৱে ভেনিজুৱেলাৰ ওপৰত কৰা আক্ৰমণৰ ভিডিঅ’ ।  Facebook Link Archived Link ইনষ্টাগ্ৰামতো একেই দাবীৰে সেই ভিডিঅ’টো আপলোড কৰা হৈছিল।  Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ […]

Continue Reading

ইৰাণে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ পুৰণি দৃশ্যকে আমেৰিকাই ভেনেজুৱেলাৰ ওপৰত কৰা আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া আমেৰিকাই শেহতীয়াভাৱে ভেনিজুৱেলাৰ ওপৰত কৰা আক্ৰমণৰ ভিডিঅ’ বুলি দাবী কৰা হৈছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ […]

Continue Reading

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক বন্দী কৰাৰ সময়ৰ ফটো এইখন নহয়।   

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে সেই ফটোখন ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক আমেৰিকাৰ সামৰিক বাহিনীয়ে বন্দী কৰাৰ পাছৰ মুহুৰ্তৰ ফটো।    Facebook Link Archived Link Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে […]

Continue Reading