৫০০ টকীয়া নোটত সঁচাকৈয়ে লালকিল্লাৰ পৰিৱৰ্তে এতিয়া ৰাম মন্দিৰৰ ফটো থাকিব নেকি?
ৰাম মন্দিৰ উদ্বোধনৰ দিন ওচৰ চাপি অহাৰ লগে লগে চ’চিয়েল মেডিয়াত এই সম্পৰ্কে বিভিন্ন ধৰণৰ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। এনে সময়তে ৫০০ টকীয়া নোটত লালকিল্লাৰ পৰিৱৰ্তে এতিয়া ৰাম মন্দিৰৰ ফটো থাকিব বুলি এটা পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। এনেধৰণৰ পোষ্ট আমি ফেচবুকতো পালোঁ। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে […]
Continue Reading