ৰাহুল গান্ধীৰ অসম্পূৰ্ণ ভিডিঅ’ প্ৰসংগ সংগতিহীনভাৱে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ৰাহুল গান্ধীয়ে কোৱা শুনা গৈছে, “এই প্ৰদূষণৰ মূল কাৰণ হৈছে ভোট চুৰি”। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া Deccan Chronicle ৰ অফিচিয়েল এক্স […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ জাপানৰ শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

যোৱা ৮ ডিচেম্বৰত ৭.৬ প্ৰাবল্যৰ এক ভূমিকম্প‌ই উত্তৰ জাপানক জোকাৰি যায়। এই পৰিপ্ৰেক্ষিতত ভূমিকম্পৰ কেইটামান দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে সেয়া জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ […]

Continue Reading

তুৰস্কৰ পুৰণি ফটো জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।

যোৱা ৮ ডিচেম্বৰত ৭.৬ প্ৰাবল্যৰ এক ভূমিকম্প‌ই উত্তৰ জাপানক জোকাৰি যায়। এই পৰিপ্ৰেক্ষিতত ভূমিকম্পৰ দৃশ্যৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে সেয়া জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ […]

Continue Reading

ম্যানমাৰৰ পুৰণি ভিডিঅ’ জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।

যোৱা ৮ ডিচেম্বৰত জাপানত হোৱা ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত উত্তৰ জাপানৰ উপকূলত ছুনামীৰ সৃষ্টি হয়।  এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে বিভিন্ন ফটো আৰু ভিডিঅ’। তেনে এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল। ভিডিঅ’টোত দুটা দৃশ্যাংশ আছে। প্ৰথম দৃশ্যাংশত দেখা গৈছে কোনো এক বিপনীত ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে আলমিৰা তথা আন বয়-বস্তু বগৰাই পেলাইছে আৰু তাত থকা এগৰাকী […]

Continue Reading

পুৰণি ভিডিঅ’ জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।

যোৱা ৮ ডিচেম্বৰত জাপানত হোৱা ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত উত্তৰ জাপানৰ উপকূলত ছুনামীৰ সৃষ্টি হয়। এই পটভূমিত ছ’চিয়েল মিডিয়াত ভূমিকম্পৰ এক দৃশ্য ভাইৰেল হৈছে য’ত দেখা গৈছে যে ভূমিকম্পৰ সময়ত কেইবাটাও ঘৰ তীব্ৰভাৱে কঁপি আছে। দাবী কৰা হৈছে যে সেয়া জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে […]

Continue Reading

বিমান সেৱাৰ অচলাৱস্থাৰ সময়ত অসামৰিক বিমান পৰিবহণ মন্ত্ৰীয়ে এইদৰে কোনো অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত ৰাম মোহন নাইডুৱে মঞ্চত নৃত্য পৰিৱেশন কৰা দেখা গৈছে। দাবী কৰা হৈছে যে দেশৰ বিমান পৰিবহণ ক্ষেত্ৰত বৰ্তমান চলি থকা অচলাৱস্থাৰ সময়তে অসামৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীয়ে এইদৰে কোনো অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিছে। Thread Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড […]

Continue Reading

ইণ্ডিগ’ এয়াৰলাইনছৰ শেহতীয়া বিমান বাতিলৰ ঘটনাৰ পাছত যাত্ৰীসকলে গৰ্বা নৃত্য পৰিৱেশন কৰিছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

ইণ্ডিগ’ এয়াৰলাইনছৰ একাধিক বিমান বাতিলৰ পাছত ছ’চিয়েল মিডিয়া বিভিন্ন ভিডিঅ’ আৰু ফটোৰে উপচি পৰিছে য’ত যাত্ৰীসকলে পৰিস্থিতিক লৈ নিজৰ হতাশা আৰু ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। এই পটভূমিত এটা বিমানবন্দৰত গৰ্বা নৃত্য পৰিবেশন কৰা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰে যে একাধিক বিমান বাতিলৰ পিছত গোৱা বিমানবন্দৰত যাত্ৰীসকলে এইদৰে গৰ্বা […]

Continue Reading

জৱাহৰলাল নেহৰুৱে মাতৃৰ অস্থি বিসৰ্জন কৰা সময়ৰ ফটো বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা হৈছে যে সেয়া ১৯২৪ চনত জৱাহৰলাল নেহৰুৱে অৰ্ধ কুম্ভ মেলাত মাক-দেউতাকৰ অস্থি বিসৰ্জন দিয়াৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি জানিব […]

Continue Reading

অপ্ৰাসংগিক ভিডিঅ’ SIR ৰ ভয়ত পশ্চিমবংগৰ পৰা বাংলাদেশী নাগৰিকৰ পলায়নৰ ভিডিঅ’ বুলি ভাইৰেল।

২০২৫ চনৰ ২৭ অক্টোবৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ঘোষণা কৰে যে পশ্চিম বংগকে ধৰি ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) কৰা হ’ব। বিশেষ নিবিড় পুনৰীক্ষণ হৈছে ভাৰতীয় নিৰ্বাচন আয়োগৰ এক প্ৰক্ৰিয়া য’ত ভোটাৰ তালিকাৰ বিস্তৃত পৰ্যালোচনা কৰা হয়, য’ত তালিকাৰ সঠিকতা নিশ্চিত কৰিবলৈ স্থানীয় পৰ্যায়ত বিতং পৰীক্ষা কৰা […]

Continue Reading

হাৱাইৰ কিলোৱেয়া আগ্নেয়গিৰিৰ উদ্গিৰণৰ দৃশ্য শেহতীয়াকৈ ইথিওপিয়াৰ হেইলি গুব্বি আগ্নেয়গিৰিৰ উদ্গিৰণৰ দৃশ্য বুলি ভাইৰেল।

যোৱা ২৩ নৱেম্বৰত ইথিওপিয়াত ১২০০০ বছৰৰ পাছত হেইলি গুব্বি (Hayli Gubbi) নামৰ এক আগ্নেয়গিৰিৰ উদ্গিৰণ হয়। ইয়াৰ পাছতে  এই আগ্নেয়গিৰি উদ্গিৰণৰ দৃশ্য বুলি ছ’চিয়েল মিডিয়াত এক ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  ভাইৰেল ভিডিঅ’টোত হেইলি গুব্বি আগ্নেয়গিৰিৰ উদ্গিৰণৰ […]

Continue Reading