আমেৰিকান সেনাৰ বিশেষ কমাণ্ড কেপেবিলিটি এক্সাৰচাইজৰ পুৰণি দৃশ্যকে ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ শেহতীয়া অভিযানৰ  বুলি দাবী কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া আমেৰিকাই শেহতীয়াভাৱে ভেনিজুৱেলাৰ ওপৰত কৰা আক্ৰমণৰ ভিডিঅ’ ।  Facebook Link Archived Link ইনষ্টাগ্ৰামতো একেই দাবীৰে সেই ভিডিঅ’টো আপলোড কৰা হৈছিল।  Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ […]

Continue Reading

ইউনাইটেড কিংডমৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ এক পুৰণি ভিডিঅ’ শেহতীয়া ঘটনা বুলি ভাইৰেল।

শেহতীয়াকৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক পাবৰপৰা (PUB) গতিয়াই দিয়া বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”গতিয়াই বাহিৰ কৰিলে প্ৰধানমন্ত্ৰীক  দেশৰ জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক গতিয়ালে ‘PUB’ৰ মালিকে ‘দেশবাসীৰ আশা পুনৰত ব্যৰ্থ হোৱা নেতাৰ বাবে মোৰ ‘PUB’ত স্থান নাই’ প্ৰধানমন্ত্ৰীক গতিওৱা এই দৃশ্য বিশ্বজুৰি হৈ পৰিছে ভাইৰেল” Facebook […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোৰ মুক্তিৰ দাবীত অনুষ্ঠিত প্ৰতিবাদী ৰেলীৰ বুলি ভাইৰেল।

২০২৬ চনৰ ৩ জানুৱাৰীত আমেৰিকাৰ সেনাই ভেনিজুৱেলা আক্ৰমণ কৰি ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক বন্দী কৰে। ইয়াৰ পাছতে ভেনিজুৱেলাত প্ৰতিবাদৰ সৃষ্টি হয়। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এক বিশাল ৰেলীৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে মাডুৰো আৰু তেওঁৰ পত্নীৰ মুক্তিৰ দাবীত ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত এইদৰে ৰাজপথলৈ মানুহ ওলাই আহিছে। ইনষ্টাগ্ৰামত […]

Continue Reading

ইৰাণে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ পুৰণি দৃশ্যকে আমেৰিকাই ভেনেজুৱেলাৰ ওপৰত কৰা আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া আমেৰিকাই শেহতীয়াভাৱে ভেনিজুৱেলাৰ ওপৰত কৰা আক্ৰমণৰ ভিডিঅ’ বুলি দাবী কৰা হৈছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ […]

Continue Reading

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক বন্দী কৰাৰ সময়ৰ ফটো এইখন নহয়।   

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে সেই ফটোখন ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক আমেৰিকাৰ সামৰিক বাহিনীয়ে বন্দী কৰাৰ পাছৰ মুহুৰ্তৰ ফটো।    Facebook Link Archived Link Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে […]

Continue Reading

জাপানৰ মেগলেভ ট্ৰেইনৰ পুৰণি ভিডিঅ’ চীনৰ শেহতীয়া মেগলেভ ট্ৰেইনৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ চীনে মাত্ৰ দুছেকেণ্ডতে ঘণ্টাত ৭০০ কিলোমিটাৰ বেগেৰে গতি কৰা দ্ৰুততম মেগলেভ ট্ৰেইনেৰে এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ য’ত দেখা গৈছে যে এখন তীব্ৰবেগী ট্ৰেইন ছেকেণ্ডৰ ভিতৰতে এখন দলং পাৰ হৈ যোৱা দৃশ্য। ভিডিঅ’টো শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “চীনৰ নতুন বিশ্ব অভিলেখ! […]

Continue Reading

ভাৰত-বাংলাদেশ সীমান্তত শেহতীয়াকৈ হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে অসংখ্য লোক কাঁটা তাঁৰৰ বেৰৰ ওচৰত ৰৈ আছে আৰু বহু লোক কাঁটা তাঁৰৰ বেৰৰ লগতে থকা গেটৰ মাজেৰে পাৰ হৈ গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এটা ফেচবুক পেজত লিখা হৈছে এইদৰে, “বাংলাদেশ সীমান্তত হাহাকাৰ পৰিস্থিতি, কাইঁটীয়া বেৰেৰে পাৰ হৈছে হাজাৰ হাজাৰ লোক” Facebook Link | Archived […]

Continue Reading

বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰিয়ংকা গান্ধীৰ এই ভাষণটো পুৰণি।

শেহতীয়াকৈ বাংলাদেশত দীপু চন্দ্ৰ দাস নামৰ ব্যক্তিজনৰ হত্যাকাণ্ডৰ পাছত ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বহুতো পোষ্ট ভাইৰেল হৈছে। ইয়াৰ মাজতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে সদনত বাংলাদেশৰ পৰিস্থিতিৰ সম্পৰ্কে দিয়া এক ভাষণ আমাৰ দৃষ্টিগোচৰ হ’ল। বাংলাদেশৰ সংখ্যালঘু হিন্দু আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে মাত মাতি প্ৰিয়ংকা গান্ধীয়ে ভাৰত চৰকাৰক বাংলাদেশ চৰকাৰৰ সৈতে এই সম্পৰ্কে […]

Continue Reading

আয়াৰলেণ্ডৰ পুলিচে পেলেষ্টাইন-সমৰ্থকৰ ওপৰত পেপাৰ স্প্ৰে’ ব্যৱহাৰ কৰা পুৰণি ভিডিঅ’ অষ্ট্ৰেলিয়াৰ শেহতীয়া গুলীচালনাৰ ঘটনাৰ পাছৰ বুলি ভাইৰেল।

যোৱা ১৪ ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ ছিডনীৰ “ব’ণ্ডি বীছ”ত (Bondi Beach) দুজন আততায়ীয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত ১৫ জন লোকৰ মৃত্যু হৈছিল। ইহুদী ধৰ্মৰ হানুক্কা উৎসৱ উদযাপনত অংশগ্ৰহণ কৰা লোকসকলৰ ওপৰত আক্ৰমণ কৰা আততায়ী দুজন পিতৃ-পুত্ৰ বুলি চিনাক্ত কৰা হৈছে। পিতৃজন পুলিচৰ গুলীত নিহত হয় আৰু পুত্ৰজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। পিতৃজনৰ নাম ছাজিদ আক্ৰাম আৰু […]

Continue Reading

এগৰাকী ক‌ইনাই সঁচাকৈয়ে বিবাহৰ দুঘণ্টা পূৰ্বে নিজৰ প্ৰাক্তন প্ৰেমিকক লগ ধৰিবলৈ  গৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে এগৰাকী ক‌ইনাই বিবাহৰ দুঘণ্টা পূৰ্বে নিজৰ প্ৰাক্তন প্ৰেমিকক লগ ধৰিবলৈ গৈছে। ভিডিঅ’টোত কোৱা হৈছে ক‌ইনাগৰাকীৰ নাম শ্ৰেয়া আৰু গাড়ীচালকৰ আসনত থকা ব্যক্তিজন ক‌ইনাগৰাকীৰ বন্ধু। ক‌ইনাগৰাকীয়ে বহুত অনুৰোধ কৰাত বন্ধুজনে তেওঁক তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে শেষবাৰৰ বাবে সাক্ষাৎ কৰাবলৈ লৈ আহিছে। Facebook Link | […]

Continue Reading