আমাৰ দেশৰ সংসদ আৰু সাংসদৰ নিৰাপত্তা ব্যৱস্থা আৰু অসমৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত চলা আক্ৰমণ প্ৰসংগত কিছু আলোচনা।
প্ৰস্তাৱনা শেহতীয়াকৈ যোৱা ২০ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ ৰূপহী নামৰ ঠাইটুকুৰাত সংঘটিত এটা ঘটনাই সমগ্ৰ অসমতেই চৰ্চা আৰু সমালোচনাৰ কাৰক হোৱাৰ সমান্তৰালকৈ ৰাজ্য আৰু দেশৰ সংবাদ মাধ্যমৰো মুখ্য বাতৰি হিচাপে পৰিগণিত হৈছে। সেয়া হৈছে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ, অসমৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ওপৰত হোৱা শাৰীৰিক আক্ৰমণ। নিজ পুত্ৰ তথা ৰাজনীতিক তাঞ্জিল হুছেইন তথা অন্য […]
Continue Reading