Archives

বাংলাদেশৰ গাজীপুৰৰ ঢাকা-মৈমনসিং হাইৱেৰ ফটো অসমৰ বুলি ভাইৰেল।

শেহতীয়াকৈ গুলপীয়া ৰঙৰ ফুলেৰে আবৃত এক পথৰ ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া অসমৰ এক ৰাজপথৰ ফটো। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ফটোকেইখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ তেতিয়া আমি “Our Gazipur” নামৰ এটা ফেচবুক পেজত […]

Continue Reading

ইজৰাইলৰ হাইফা বন্দৰৰ দুমাহ পুৰণি দৃশ্যকে ইৰাণৰ শেহতীয়া আক্ৰমণ বুলি দাবী কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা ২০ মে’ ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ হাইফা বন্দৰত ইৰাণৰ মিছাইল আক্ৰমণৰ ফলত সংঘটিত হোৱা জুই বুলি দাবী কৰিছে। ঘটনাটো উল্লিখিত দিনটোৰ বুলি পোষ্টটোৰ জৰিয়তে দাবী কৰা হৈছে।    Facebook LinkArchived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা […]

Continue Reading

নেপালৰ পুৰণি আন্দোলনৰ দৃশ্যকে কলকাতাৰ বৰ্তমানৰ দৃশ্য বুলি দাবী কৰা হৈছে। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া পশ্চিমবংগৰ কলকাতাৰ শেহতীয়া পৰিস্থিতি বুলি দাবী কৰিছে। তাত দেখা গৈছে বিভিন্ন যুৱকে যাব-বাহনত আক্ৰমণ কৰিছে তথা সমীপৰ অট্টালিকাত অগ্নিসংযোগ কৰিছে।    Facebook LinkArchived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণিতে আমি সেই […]

Continue Reading

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সৈতে অসমৰ শেহতীয়া সীমা বিবাদ সন্দৰ্ভত এক আলোচনা  

Image Courtesy: India Today পাতনিঃ শেহতীয়াকৈ মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ বিবাদিত লাপাংগাপ গাঁৱত অসম আৰু মেঘালয়ৰ মাজত সীমান্তৰ উত্তেজনা পুনৰ উদ্ভৱ হৈছে। খেতিৰ বীজ সিঁচিবলৈ চেষ্টা কৰা স্থানীয় কৃষকসকলক অসমৰ ফালৰ পৰা কাৰ্বি লোকে হাৰাশাস্তি কৰাৰ অভিযোগত সংঘৰ্ষৰ সৃষ্টি হয়। যাৰ বাবে মেঘালয়ে কৃষি পথাৰসমূহ সুৰক্ষিত কৰিবলৈ কমাণ্ডো আৰু অতিৰিক্ত আৰক্ষী মোতায়েন কৰে। মেঘালয়ৰ সৈতে […]

Continue Reading

প্ৰাগ নিউজৰ ল’গো ব্যৱহাৰ কৰি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, সাংবাদিক অজিত কুমাৰ ভূঞাৰ মৃত্যু হোৱা বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত অসমৰ এক সংবাদ প্ৰতিষ্ঠান প্ৰাগ নিউজৰ ল’গো ব্যৱহাৰ ব্যৱহাৰ কৰি অসমৰ বিশিষ্ট সাংবাদিক,সাহিত্যিক তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ ফটোত লিখা হৈছে – ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ মৃত্যু। GMCHৰ ICUত চিকিত্সাধীন আছিল সাংবাদিকগাৰকী। এইদৰে প্ৰাক্তন সাংসদগৰাকীৰ মৃত্যু ঘটা বুলি দাবী কৰা হৈছে। Facebook LinkArchived Link কিন্তু দাবীটো […]

Continue Reading

১৯৬৭ চনৰ ৬ জুনৰ দ্য হিন্দু কাকতৰ প্ৰথম পৃষ্ঠাৰ ভাইৰেল ফটোখন সম্পাদিত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০ মে’ত তেলেংগানাৰ ছিকন্দৰাবাদত এক সমাৱেশত দিয়া ভাষণত বিশ্বব্যাপী খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ মাজতে নাগৰিকসকলক অপ্ৰয়োজনীয় খৰচ হ্ৰাস কৰিবলৈ আহ্বান জনায়। ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুতৰ ওপৰত হেঁচা কমোৱাত সহায়ক হোৱাকৈ বিয়া সংক্ৰান্তীয় ক্ৰয়কে ধৰি অপ্ৰয়োজনীয় সোণ ক্ৰয় কৰাটোও এবছৰৰ বাবে পিছুৱাই দিবলৈও অনুৰোধ জনায়। […]

Continue Reading

পশ্চিমবংগত বিজেপিৰ জয়ৰ পাছতে কলকাতাত এইদৰে মছজিদৰ ভিতৰত বাদ্যযন্ত্ৰ বজোৱা হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ এজন মুছলমান লোকে প্ৰাৰ্থনা কৰি থকা অৱস্থাত তেওঁৰ পিছফালে কেইগৰাকীমান ব্যক্তিয়ে বাদ্যযন্ত্ৰ বজাই থকা এক ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে পশ্চিমবংগত বিজেপিৰ জয়ৰ পাছতে কলকাতাত এইদৰে মছজিদৰ ভিতৰত বাদ্যযন্ত্ৰ বজাই মুছলমান লোকক হাৰাশাস্তি কৰা হৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান […]

Continue Reading

বিশ্ব ইজতেমাৰ পুৰণি ভিডিঅ’ পশ্চিমবংগত বিজেপিৰ জয়ৰ পাছতে বাংলাদেশী লোকে টালি-টোপোলা বান্ধি পলোৱাৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে বহুতো মুছলমান লোক হাতত টোপোলা লৈ ৰাস্তাৰে গৈ আছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে পশ্চিমবংগত বিজেপিৰ জয়ৰ পাছতে এইদৰে বাংলাদেশী লোকে টালি-টোপোলা বান্ধি পলাইছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি […]

Continue Reading

বংগত মুৰত আঘাত পোৱা বুলি মিছাকৈ প্ৰদৰ্শন কৰা মহিলাৰ সত্যতা ফাদিল।   

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত ৬ মে’ ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া পশ্চিম বংগৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ পাছত তৃণমূল কংগ্ৰেছৰ এগৰাকী মহিলা কৰ্মীয়ে মিছাকৈ মুৰত বেণ্ডেজ লগাই বিজেপিৰ কৰ্মীয়ে আঘাত কৰা বুলি বিভ্ৰান্তি প্ৰচাৰ কৰা দৃশ্য। লিখিছে-  তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ নাটক চাওক। বিজেপি কৰ্ম কৰ্তাই উদঙালে ভণ্ডামী। ৰাইজক বিপথে পৰিচালিত কৰিবলৈ […]

Continue Reading

পশ্চিম বংগত বিজেপিৰ বৃহৎ জয়ৰ পাছতে হাওৰা ব্ৰীজত জয় শ্ৰী ৰাম ধ্বনি দিয়া দাবীটো সত্য নহয়।   

শেহতীয়াকৈ অসমৰ কেইবাটাও ফেচবুক পেজত ৫ মে’ ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া পশ্চিম বংগৰ শেহতীয়া বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰাৰ পাছত হাওৰা ব্ৰীজত সমৰ্থকসকলে জয় শ্ৰী ৰাম ধ্বনি দিয়া দৃশ্য। লিখিছে- পশ্চিম বংগত বিজেপিৰ বৃহৎ জয়ৰ পিছতে হাওৰা ব্ৰীজত গুঞ্জৰিছে জয় শ্ৰী ৰাম ধ্বনিৰে। Facebook LinkArchived Link একেই দাবী […]

Continue Reading