এয়া ইৰাণে ইজৰাইলৰ ওপৰত শ শ মিছাইলেৰে কৰা আক্ৰমণৰ দৃশ্য নহয়।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণেশ শ মিছাইলেৰে ইজৰাইলৰ ওপৰত কৰা শেহতীয়া আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে- শ শ মিছাইলেৰে ইজৰাইলত ভয়ংকৰ আঘাত ইৰানৰ। ২৮ ইজৰাইলীৰ জীৱন শেষ। সমগ্ৰ ইজৰাইলত জাৰি হাইএলাৰ্ট। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]
Continue Reading
